২৭ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
'''২৭ অক্টোবৰ ''' দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩০০ তম ([[অধিবৰ্ষ]]ত ৩০১ তম) [[দিন]] বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬৫ টা৬৫টা দিন বাকী থাকে৷ থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
 
১/ ১৭২৮ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ইংৰাজ অভিযাত্ৰী [[জেমছ কুক]]ৰ জন্ম হয়হয়।
 
২/ ১৮১১ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ঘৰুৱা ব্যৱহাৰোপযোগী চিলাই কলৰ নিৰ্মাতা [[আইজাক মেৰিট ছিংগাৰ]]ৰ জন্ম হয়হয়।
 
৩/ ১৯২০ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি [[কে আৰ নাৰায়ণ]]ৰ জন্ম হয়হয়।
 
৪/ ১৯৬২ চনৰ আজিৰ দিনটোতে [[ভাৰতীয় সেনা]]ৰ সাহায্যাৰ্থে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পূঁজি প্ৰতিষ্ঠা কৰা হয়হয়।
 
৫/ ১৯৯০ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰৰ কিংবদন্তি পৰিচালক [[ভি শান্তাৰাম]]ৰ মৃত্যু হয়হয়।
 
৬/ ১৯৯১ চনৰ আজিৰ দিনটোতে আততায়ীৰ গুলীত কবি [[নিত্যা দত্ত]]ৰ মৃত্যু হয়হয়।
 
৭/ ১৯৯৮ চনৰ আজিৰ দিনটোতে অসমৰ প্ৰাক্তন ৰাজ্যপাল [[লালন প্ৰসাদ সিঙ]]ৰ মৃত্যু হয়হয়।
 
৮/ ১৯৯৯ চনৰ আজিৰ দিনটোতে এছিয়া মহাদেশৰ অন্তৰ্গত আৰ্মেনিয়াৰ সংসদত গুলীচালনা , দেশখনৰ প্ৰধানমন্ত্ৰী , সংসদৰ অধ্যক্ষসহ আঠজন নিহত হয়হয়।
 
৯/ ২০০১ চনৰ আজিৰ দিনটোতে হিন্দী চলচ্চিত্ৰৰ খ্যাতিমান অভিনেতা [[প্ৰদীপ কুমাৰ]]ৰ মৃত্যু হয়হয়।
 
১০/ ১৯০১ চনৰ আজিৰ দিনটোতে লোকগীতৰ যশস্বী শিল্পী [[আব্বাছউদ্দিন আহমেদ]]ৰ জন্ম হয়হয়।
 
== বাহ্যিক সংযোগ ==