২৪ জুন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
2 নং শাৰী:
 
==ঘটনাৱলী==
# ২০১২ চনৰ আজিৰ দিনটোতে উজনি অসমত বানৰ তাণ্ডৱত ১০ জন লোকৰ মৃত্যু হৈছিলহৈছিল।
# [[শিৱসাগৰ জিলা]]ত [[এনকেফেলাইটিছ ৰোগ]]ৰ ভয়াবহ আক্ৰমণৰ ফলত ৫ জনৰ মৃত্যু আৰু বহু লোক আক্ৰান্ত হয় ২০১২ চনৰ আজিৰ দিনটোতেদিনটোতে।
# ২০১১ চনৰ আজিৰ দিনটোতে ভাৰত চৰকাৰৰ গৃহমন্ত্ৰালয়ৰ কাৰ্যালয়ত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয় আৰু বহুতো নথি পত্ৰ জুইত জাহ যায়যায়।
# প্ৰথম অসমীয়া মহিলা আলোচনী ‘ঘৰ জেউতী’ৰ সম্পাদক [[কমলালয়া কাকতি]]ৰ মৃত্যু হয় ১৯৪৬ চনৰ আজিৰ দিনটোত।
# আজি [[কাৰ্বি স্বায়ত্বস্বায়ত্ত্ব পৰিষদ]]ৰ ৬২ তম্তম প্ৰতিষ্ঠা দিৱসদিৱস।
# এনকেফেলাইটিছ ৰোগত অসমৰ লগতে [[বিহাৰ]] আৰু [[উত্তৰপ্ৰদেশ]]তো ২০০ তকৈও অধিকলোকৰ মৃত্যু হয় ২০১২ চনৰ আজিৰ দিনটোতেদিনটোতে।
# দেশৰ নতুন গৃহ সচিব ৰূপে আৰ কে সিঙে দায়িত্ব লয় ২০১১ চনৰ আজিৰ তাৰিখতেতাৰিখতে।
# ভাৰতৰ চতুৰ্থ গৰাকী ৰাষ্ট্ৰপতি '[[বৰাহগিৰি বেংকটগিৰি]]’ৰ ৮৫ বছৰ বয়সত মৃত্যু হৈছিল ১৯৮০ চনৰ আজিৰ দিনটোতেদিনটোতে।
# ভাৰতৰ প্ৰথম সশস্ত্ৰ বিপ্লৱী ৰূপে খ্যাত [[দামোদৰ হৰি ছাপেৰকাৰ]]ৰ জন্ম হয় ১৮৬৯ চনৰ আজিৰ দিনটোত।
# ১৯৬৩ চনৰ আজিৰ দিনটোত ভাৰতত প্ৰথম টেলেক্স সেৱা আৰম্ভ হয়।
# আজিৰ দিনটোতে ১২০৬ চনত [[কটুবুদ্দিন]] দিল্লীৰ চুলতান হয়। দিল্লীত চুলতানী শাসনৰ সুচনাসূচনা হয়। উল্লেখ্য যে জীৱনৰ প্ৰথমচোৱা কুটুবুদ্দিন আছিল [[মহম্মদ ঘোৰী]]ৰ ক্ৰীতদাস।
# ১৮৯৩ চনৰ আজিৰ দিনটোতে [[ৱাল্ট ডিজনী]] খ্যাত ৰয় ডিজনীৰ জন্ম হয় হয়চিকাগোতহয়চিকাগোত।
# ১৯৮৪ চনত আজিৰ দিনটোত কানাড়া সাহিত্যিক [[মাস্তি ভেংকটেশ আয়েংগাৰ]]লৈ ১৯৮৩ চনৰ ভাৰতীয় জ্ঞানপীঠ বঁটা আগবঢ়োৱা হয়।
# স্পেনিছ ক্লাব বাৰ্চিলোনা আৰু আৰ্জেণ্টিনা ৰাষ্ট্ৰীয় ফুটবল দলৰ হৈ ফৰৱাৰ্ড হিচাপে খেলা [[আৰ্জেণ্টিনা]]ৰ ফুটবল খেলুৱৈ [[লিঅ'নেল আন্দ্ৰেছ মেছি]] চমুকৈ, মেছিৰ জন্ম হৈছিল ১৯৮৭ বৰ্ষৰ আজিৰ দিনটোতেদিনটোতে।
# আজিৰ দিনটোত ১৯৭৬ চনত ভিয়েটনাম যুদ্ধৰ অৱসান হয় ।হয়। উত্তৰ আৰু দক্ষিণ ভিয়েটনাম লগ হৈ গঠন ছ’চিয়েলিষ্ট ৰিপাব্লিক অৱ ভিয়েটনাম বা [[ভিয়েটনাম]] ৰাষ্ট্ৰ।
 
[[শ্ৰেণী:জুন]]
"https://as.wikipedia.org/wiki/২৪_জুন"ৰ পৰা অনা হৈছে