২৩ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Deleted wrong content about Lakshyadhar Choudhury
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
'''২৩ অক্টোবৰ ''' দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ২৯৬ তম ([[অধিবৰ্ষ]]ত ২৯৭ তম) [[দিন]] বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬৯ টা৬৯টা দিন বাকী থাকে৷ থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা:
 
*১৬২৩ খ্ৰীষ্টাব্দৰ এই দিনটোতে হিন্দী কবি তথা হিন্দী ৰামায়ণৰ ৰচয়িতা [[তুলসী দাস]]ৰ মৃত্যু হয়।
*১৯৩৯ চনৰ এই দিনটোতে অষ্ট্ৰিয়াৰ মনোবিজ্ঞানী [[চিগ্‌মণ্ড ফ্ৰয়েড]]ৰ মৃত্যু হয়।
*১৯৪০ চনৰ এই দিনটোতে ব্ৰাজিলৰ প্ৰসিদ্ধ ফুটবল খেলুৱৈ [[পেলে]]ৰ জন্ম হয়।
*১৯৪৩ চনৰ এই দিনটোতে আজাদ হিন্দ ফৌজৰ নাৰী বাহিনী "[[ঝান্সি ব্ৰিগেড]]" প্ৰতিষ্ঠা কৰা হয়।
*১৯৭৪ চনৰ এই দিনটোতে ভাৰতীয় ঔপন্যাসিক [[অৰবিন্দ আদিগা]]ৰ জন্ম হয়।
*১৯৮৬ চনৰ এই দিনটোতে সাহিত্যিক [[তীৰ্থনাথ শৰ্মা]]ৰ মৃত্যু হয়।
*১৯৮৫ চন এই দিনটোত ভোৰতাল আৰু ওজাপালি নৃত্যৰ অন্যতম ব্যক্তি [[নৰহৰি বুঢ়া ভকত]]ৰ মৃত্যু হয়।
*১৯১৪ চনৰ এই দিনটোত [[কটন কলেজ]] প্ৰতিষ্ঠাৰ লগত জড়িত [[হেনৰী কটন]]ৰ মৃত্যু হয়।
<!-- *২০১০ চনত এবিএমছুৰ কৰ্মী চিৰাং জিলাৰ আমজাদ আলী, নুৰ ইছলাম আৰু বাক্সা জিলাৰ চিৰাখুন্দিৰ আবুল ফজলক ৰঙিয়াত গুলীয়াই হত্যা অসম আৰক্ষীৰ৷আৰক্ষীৰ। -->
*২০১১ চনত [[তুৰস্ক]]ত হোৱা ভূমিকম্পত ৫৮২ জন লোকৰ মৃত্যু।
 
== বাহ্যিক সংযোগ ==