২০ ডিচেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
'''২০ ডিচেম্বৰ''' {{enwiki|20 December}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩৫৪ তম ([[অধিবৰ্ষ]]ত ৩৫৫ তম) [[দিন]] বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১১ টা১১টা দিন বাকী থাকে৷থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
 
==ঘটনাৰাজী==
# ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ সমপৰ্যায়ৰ ৰাষ্ট্ৰীয় সংগীতৰ সমমৰ্যাদাসম্পন্ন গীত [[বন্দে মাতৰম]] ৰচনা হয় ১৮৭৯ চনৰ আজিৰ দিনটোতে ।দিনটোতে। এই গীতটোৰ ৰচক -- বঙ্কিম চন্দ্ৰ চট্টোপধ্যায়চট্টোপধ্যায়।
# ১৮৭৯ চনৰ আজিৰ দিনটোত [[থমাচ এলভা এডিচন|থমাচ এলভা এডিচনে]] [[বৈদ্যুতিক চাকি]]ৰ প্ৰথম নমুনা ৰাজহুৱা ভাৱে প্ৰকাশ কৰেকৰে।
#আজিৰ দিনটোতে ১৭৫৭ চনত ৰবাৰ্ট ক্লাইভ বংগৰ গৱৰ্নৰ হয়হয়।
===জন্ম===
# ১৯৭০ চনৰ আজিৰ দিনটোত বলীউদ অভিনেতা ছহেইল খানৰ জন্ম হ্য়হ্য়।
===মৃত্যু===
# ১৫৯০ চনৰ আজিৰ দিনটোতে আধুনিক শৈল চিকিৎসাৰ জনক ৰূপে অভিহিত তথা প্ৰখ্যাত চিকিৎসক আমৰায় পৰীৰ মৃত্যু হয়হয়।
# ১৯৭৩ চনৰ আজিৰ দিনটোত সেইসময়ৰ [[স্পেইন]]ৰ প্ৰধানমন্ত্ৰী এডমিৰেল [[লুই কেৰেৰা ব্লেঙ্কক']] [[মেদ্ৰিদ]]ত সংগঠিত এক কাৰ বিস্ফোৰণত নিহত হয়হয়।
 
== বাহ্যিক সংযোগ ==