২ ডিচেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
'''২ ডিচেম্বৰ''' {{enwiki|2 December}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩৩৬ তম ([[অধিবৰ্ষ]]ত ৩৩৭ তম) [[দিন]] বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯ টা২৯টা দিন বাকী থাকে৷ থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
 
==ঘটনাৰাজী==
# আজি অসম দিৱস বা [[চুকাফা দিৱস]] আজিৰ দিনটো সমগ্ৰ অসমবাসীয়ে ১৯৮৭ চনৰ পৰা ‘‘অসম দিৱস’’ বা ’’চুকাফা দিৱস’’ হিচাপে পালন কৰি আহিছে ।আহিছে। (এই বিষয়ত বিস্তৃত ভাৱে স্তম্ভ দিয়া হ’বহ’ব। )
# অসমীয়া ফুটবল খেলুৱৈ [[হলিচৰণ নাৰ্জাৰী]]ৰ জন্ম হৈছিল ১৯৯০ চনৰ আজিৰ দিনটোতেদিনটোতে।
# ২০০১ চনৰ আজিৰ দিনটোতে [[সংক্ষিপ্ত অসমীয়া বিশ্বকোষ]]ৰ প্ৰথম খণ্ড প্ৰকাশিত হয়৷হয়।
# ভাৰতৰ প্ৰধানমন্ত্ৰীৰূপে [[ৰাজীৱ গান্ধী]]য়ে দপ্তৰৰ কাৰ্যকাল সামৰিছিল ১৯৮৯ চনৰ আজিৰ দিনটোতেদিনটোতে।
# আজিৰ দিনটোতে ১৯৬৫ চনত ভাৰতত [[সীমান্ত সুৰক্ষা বাহিনী]] (চমুকৈ বি. এছ. এফ.) গঠন হয়হয়।
# প্ৰসিদ্ধ বাংলা ঔপন্যাসিক [[বিমল মিত্ৰ]]ৰ মৃত্যু হয় ১৯৯১ চনৰ আজিৰ দিনটোতে ।দিনটোতে। চাহেব বিবি গোলাম তেওঁৰ প্ৰসিদ্ধ উপন্যাসউপন্যাস।
# ১৯৮৮ চনৰ আজিৰ দিনটোতে [[বেনাজিৰ ভূট্টো]]ৱে পাকিস্তানৰ প্ৰধান মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰেকৰে।
# ১৮০৪ চনৰ আজিৰ দিনটোতে [[নেপোলিয়ন বোনাৰ্পাট]] ফ্ৰান্সৰ একছত্ৰীএকচ্ছত্ৰী সম্ৰাট হিচাপে পৰিগণিত হয়হয়।
# কাৰ্ল মাৰ্ক্সৰ পত্নী [[জেনী মাৰ্ক্স]]ৰ মৃত্যু হয় ১৮৮১ চনৰ আজিৰ দিনটোতেদিনটোতে।
# ফণি শৰ্মা পৰিচালিত আৰু [[ভূপেন হাজৰিকা]] প্ৰযোজিত ‘‘ছাৰ্টিফিকেট অব মেৰিট" লাভ কৰা প্ৰথম অসমীয়া ছবি [[পিয়লী ফুকন]] মুক্তি লাভ কৰিছিল ১৯৫৫ চনৰ আজিৰ দিনটোতেদিনটোতে।
 
== বাহ্যিক সংযোগ ==