২১ জানুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
'''২১ জানুৱাৰী''' {{enwiki|21 January}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ২১ তম [[দিন]] বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৪ টা৩৪৪টা দিন ([[অধিবৰ্ষ]]ত ৩৪৮ টা৩৪৮টা দিন) বাকী থাকে৷থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
 
 
==ঘটনাৰাজী==
# অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী, স্বাধীনতা সংগ্ৰামৰ এগৰাকী মুক্তিযোদ্ধা, [[বিষ্ণুৰাম মেধি]]ৰ মৃত্যু হৈছিল ১৯৮১ চনৰ আজিৰ দিনটোতেদিনটোতে।
# [[গজেন বৰুৱা]] নৃত্যশিল্পীৰূপে ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰা, প্ৰথম অসমীয়া কথাছবি "জয়মতী"ৰ অভিনেতা ‘‘শোণিতকোঁৱৰ’’ৰ মৃত্যু হৈছিল ১৯৭৭ আজিৰ দিনটোতে৷দিনটোতে।
# উত্তৰ-পূব ভাৰতৰ দ্বিতীয় চেটেলাইট নিউজ চেনেল [[নিউজ লাইভ]]ৰ প্ৰতিষ্ঠা হৈছিল ২০০৮ বৰ্ষৰ আজিৰ দিনটোতেদিনটোতে।
# [[উত্তৰ-পূৱ ভাৰত]]ৰ এখন ৰাজ্য, যাৰ ৰাজধানী ইম্ফল, সেই [[মণিপুৰ]] ৰাজ্য প্ৰতিষ্ঠা হৈছিল ১৯৭২ চনৰ আজিৰ দিনটোতেদিনটোতে।
# ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম এখন ৰাজ্য [[ত্ৰিপুৰা]]ৰ প্ৰতিষ্ঠা হৈছিল ১৯৭২ চনৰ আজিৰ দিনটোতেদিনটোতে।
# ১৯৭২ চনৰ আজিৰ দিনটোতে ‘‘[[নেফা]]’’ অৰুণাচল প্ৰদেশৰ অন্তৰ্গত কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰিৱৰ্তিত হৈ শাসনভাৰ এজন মুখ্য-আয়ুক্তৰ হাতত অৰ্পিত হয়হয়।
# আজিৰ দিনটোতে ১৯৯৪ চনত কাছাৰৰ শিলচৰত [[অসম বিশ্ববিদ্যালয়]] মুকলি হয়হয়।
# [[ভাৰতত কপিৰাইট আইন]] প্ৰৱৰ্তন কৰা হৈছিল ১৯৫৮ চনৰ আজিৰ দিনটোতে।
# ১৭৯৩ চনৰ আজিৰ দিনটোতে ফৰাচী সম্ৰাট [[ষোড়শ লুইক গিলোটিন]]ত মৃত্যুদণ্ড বিহা হৈছিলহৈছিল।
# ১৯২৪ চনৰ আজিৰ দিনটোতে ৰুছ বিপ্লৱৰ নেতা [[লেনিন]]ৰ মৃত্যু হৈছিলহৈছিল।
# [[প্লুটু গ্ৰহ]] আৱিষ্কাৰ হৈছিল ১৯৩০ চনৰ আজিৰ দিনটোতেদিনটোতে।
# ইংৰাজ ঔপন্যাসিক আৰু নিবন্ধকাৰ [[জৰ্জ অৰৱেল]]ৰ মৃত্যু হৈছিল ১৯৫০ চনৰ আজিৰ দিনটোতেদিনটোতে।
 
== বাহ্যিক সংযোগ ==