২০ জানুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
'''২০ জানুৱাৰী''' {{enwiki|20 January}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ২০ তম [[দিন]] বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৫ টা৩৪৫টা দিন ([[অধিবৰ্ষ]]ত ৩৪৬ টা৩৪৬টা দিন) বাকী থাকে৷থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
 
==ঘটনাৰাজী==
# কবি, গীতিকাৰ আৰু শিক্ষাবিদ, সাহিত্যিক পেঞ্চনাৰ [[কেশৱ মহন্ত]]ই জন্ম লাভ কৰিছিল ১৯২৬ চনৰ আজিৰ দিনটোতেদিনটোতে।
# বিশিষ্ট কবি, নাট্যকাৰ, সাহিত্যিক, প্ৰধানকৈ বিদ্ৰোহী কবি নামেৰে খ্যাত [[প্ৰসন্নলাল চৌধুৰী]]ৰ দেহাৱসান ঘটে ১৯৮৬ চনৰ আজিৰ তাৰিখতেতাৰিখতে।
# ১৯৭৮ চনৰ আজিৰ দিনটোতে ককা বাগ্মীবৰ [[নীলমণি ফুকন]]ক মৃত্যুৱে সাৱতি লয়।
# ১৮৭৯ চনৰ ২০ জানুৱাৰী ৷জানুৱাৰী। এই দিনটোতে পৃথিৱীৰ প্ৰথম পোহৰ দেখিছিল বিহগী কবি [[ৰঘুনাথ চৌধাৰী]] দেৱেদেৱে।
# [[শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ]] এই নামঘৰটো আঠখেলৰ ৰাইজ, অসম চৰকাৰ, দেশৰ বিভিন্ন স্থানৰ ৰাইজৰ দান-বৰঙণিৰেবৰঙনিৰে পুনঃ নিৰ্মাণ কৰি, গোলাঘাট পৌৰসভাৰ পৌৰপতি ডাঃ অজিত বৰুৱা দেৱৰ দ্বাৰা উদ্বোধন কৰা হয় ২০১৩ চনৰ আজিৰ দিনটোতেদিনটোতে।
# ভাৰতৰ প্ৰথম এটমিক ৰিয়েক্টৰ অপ্সৰাৰ উদ্বোধন হৈছিল ১৯৫৭ চনৰ আজিৰ দিনটোতেদিনটোতে।
# [[মেঘালয়ে]] পূৰ্ণ ৰাজ্যৰ স্বীকৃতি লাভ কৰে ১৯৭২ চনৰ আজিৰ দিনটোতেদিনটোতে।
# [[বাৰাক হুছেইন অ'বামা]] মহাশক্তিধৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৪ তম ৰাষ্ট্ৰপতি ।ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা প্ৰথমজন আফ্ৰিকীয় মূলৰ বাৰাক হুছেইন অ'বামাই কাৰ্যভাৰ গ্ৰহণ কৰিছিল ২০০৯ চনৰ আজিৰ দিনটোতেদিনটোতে।
# আজিৰ দিনটোতে ১৭৭৫ চনত ফৰাচী পদাৰ্থবিজ্ঞানী আৰু গণিতজ্ঞ [[আণ্ড্ৰেমেৰী এম্পিয়েৰ]]ৰ জন্ম হৈছিল।
# ইটালীৰ চলচ্চিত্ৰ পৰিচালক [[ফেডেৰিকো ফেলিনিৰ]]ৰ জন্ম হৈছিল ১৯২০ চনৰ আজিৰ দিনটোতে।
 
== বাহ্যিক সংযোগ ==