২৩ মে': বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
{{আজিৰ দিনটো|23|5|143}}
# ১৯৯৬ চনত আজিৰ দিনটোত পি. এ. চাংমা ([[পূৰ্ণ অঘোটোক চাংমা]]) সৰ্বসন্মতিক্ৰমে দশম একাদশ লোকসভাৰ অধ্যক্ষ ৰূপে নিৰ্বাচিত হয়।
# ভাৰতীয় পৰ্বতাৰোহী [[বাচেন্দ্ৰী পাল]]ৰ [[এভাৰেষ্ট]]ত আৰোহণ ১৯৮৪ চনৰ আজিৰ দিনটোত। উল্লেখ্য যে তেওঁ বিশ্বৰ প্ৰথম মহিলা এভাৰেষ্ট আৰোহণকাৰী।
# ১৭০৩ চনৰ আজিৰ দিনটোত ছুইডিছ উদ্ভিদ বিজ্ঞানী [[কাৰ্ল লিনিয়াছ|কেৰ'লাছ লিনিয়াছৰ]] জন্ম হয়। তেওঁ বৰ্গ আৰু প্ৰজাতি নিৰ্ণয় কৰিবলৈ এক নিৰ্দিষ্ট তত্ত্ব আগবঢ়াইছিল। এই তত্ত্বটোক তেওঁ ‘দ্বি-পদ বা দ্বি-ৰাশিক’ নামেৰে নামকৰণ কৰিছিল।
# মাৰ্কিনআমেৰিকান ৰাজনীতিনীতিজ্ঞ আৰু বিজ্ঞানী [[বেঞ্জামিন ফ্ৰেংকলিনে|বেঞ্জামিন ফ্ৰেংকলিনে]] চছমা আৱিষ্কাৰ কৰে ১৭৮৫ চনৰ আজিৰ দিনটোতে।
# ১৮১৮ চনৰ আজিৰ দিনটোত বাংলা পত্ৰিকা সমাচাৰ-দৰ্পণ প্ৰকাশিত হয়।
# [[অটো লিলিয়েনথাল]]ৰ জন্ম হয় ১৮৪৮ চনৰ আজিৰ দিনটোতে। তেওঁ উৰাজাহাজ নিৰ্মাণৰ অন্যতম বাটকটীয়া আছিল।
# [[মাও-চে-টুং]]ৰ প্ৰসিদ্ধ গ্ৰেট লিপ ফৰৱাৰ্ড কৰ্মসূচী আৰম্ভ হয় ১৯৫১ চনৰ আজিৰ দিনটোতে।
# ১৮৯১ চনত ছুইডেনৰ সাহিত্যিক [[পাৰ ফবিয়ান লাগেৰভিষ্ট]]ৰ জন্ম হয়। ১৯৫১ চনত তেওঁ সাহিত্যৰ [[নোবেল বঁটা]] লাভ কৰিছিল।
# বিশ্ব দবা চেম্পিয়ন [[আনাটোলি কাৰপ’ভ]]ৰ জন্ম। ১৯৭৫-৮৫ চনত তেওঁ বিশ্ব চেম্পিয়ন আছিল।
 
{{-}}
"https://as.wikipedia.org/wiki/২৩_মে%27"ৰ পৰা অনা হৈছে