২ এপ্ৰিল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
{{কেলেণ্ডাৰ|lk=on|month=04}}
'''২ এপ্ৰিল''' হৈছে [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৯২তম ([[অধিবৰ্ষ]]ত ৯৩তম) [[দিন]]। বছৰ শেষ হৰলৈ আৰু ২৭৩ দিন বাকী থাকে।
 
;'''উল্লেথযোগ্য ঘটনা'''
*১৯০২ - [[ল'জ এঞ্জেলছ]]ত [[সংযুক্ত ৰাষ্ট্ৰ]]ৰ প্ৰথম পূৰ্ণাংগ মুভী থিয়েটাৰ, ইলেক্ট্ৰিক থিয়েটাৰৰ মুকলি।
*১৯১২ - সমুদ্ৰত [[আৰ. এম. এছ. টাইটানিক]]ৰ পৰীক্ষণ।
*২০১৩ - কলকাতাৰ ছল্ট লে'ক ষ্টেডিয়ামত [[ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ ২০১৩]]ৰ উদ্বোধন।
*২০১৫ - [[গাৰিছা ইউনিভাৰ্চিটি কলেজ]]ত এজন বন্দুকধাৰীৰ আক্ৰমণ, প্ৰায় ১৪৮ জন লোক নিহত আৰু অন্য ৭৯ জন আহত।
 
;'''জন্ম'''
*১৬১৪ - [[জাহানাৰা বেগম]], [[ছাহ জাহান]]ৰ কণ্যা।
*১৮৬২ - [[নিকোলাছ মাৰী বুটলাৰ]], [[ন'বেল বঁটা]] প্ৰাপ্ত আমেৰিকান দাৰ্শনিক।
*১৮৯৮ - [[হৰিন্দ্ৰনাথ চট্ৰোপাধ্যায়]], ভাৰতীয় কবি, অভিনেতা আৰু ৰাজনীতিক।
*১৯৬৯ - [[অজয় দেৱগন]], ভাৰতীয় অভিনেতা।
 
;'''মৃত্যু'''
*১৯১৪ - [[পল হেইজ]], [[ন'বেল বঁটা]] প্ৰাপ্ত জাৰ্মান লেখক, কৰি আৰু অনুবাদক।
*১৯২৮ - [[থিয়ডাৰ ৱিলিয়াম ৰিছাৰ্ড]], [[ন'বেল বঁটা]] প্ৰাপ্ত আমেৰিকান ৰসায়নবিদ।
*১৯৩৩ - [[ৰঞ্জিৎ সিং]], ভাৰতীয় ক্ৰিকেটাৰ।
*১৯৯৫ - [[হানেছ এল্ফভেন]], [[ন'বেল বঁটা]] প্ৰাপ্ত ছুইছ পদাৰ্থবিদ আৰু অভিযন্তা।
 
;'''দিৱস'''
"https://as.wikipedia.org/wiki/২_এপ্ৰিল"ৰ পৰা অনা হৈছে