২ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
2 নং শাৰী:
==জন্ম==
#১৮৬১ – ভাৰতীয় ৰসায়নবিদ আৰু শিক্ষাবিদ প্ৰফুল্ল চন্দ্ৰ ৰয়ৰ জন্ম হৈছিল। (মৃত্যু ১৯৪৪)
#১৮৭৬ – ভাৰতৰ জাতীয় পতাকাৰ ডিজাইনাৰ [[পিংগলি ভেংকয়া]]ৰ জন্ম হৈছিল।
#১৮৭৭ – ভাৰতীয় আইনজ্ঞ আৰু ৰাজনীতিবিদ বৰিশংকৰ শুক্লাৰ জন্ম হৈছিল। (মৃত্যু ১৯৬৫)
 
==মৃত্যু==
#১৯২২ – আলেকজেণ্ডাৰ গ্ৰেহাম বেল, স্কটিছ বিজ্ঞানী আৰু উদ্ভাবক।
 
==অনান্য==
#১৯৬৬ – নাৰায়ণপুৰ মহাবিদ্যালয়ক [[মাধৱদেৱ মহাবিদ্যালয়]] নামেৰে নামকৰণ কৰা হৈছিল।
#১৯৯৯ – অসমৰ গাইশাল ৰেল দূৰ্ঘটনাতদুৰ্ঘটনাত ২৮৫ জন লোক নিহত হৈছিল।
 
==দিৱস==
"https://as.wikipedia.org/wiki/২_আগষ্ট"ৰ পৰা অনা হৈছে