৩০ জুলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
2 নং শাৰী:
 
==জন্ম==
# ১৯২৬ চনৰ আজিৰ দিনটোত অসমীয়া সাহিত্যৰ অন্যতম মহীৰূহ সাহিত্যিক [[পদ্ম বৰকটকী]]ৰ জন্ম হৈছিল।
# ১৯৭৩ চনৰ আজিৰ দিনটোতেই প্ৰসিদ্ধ ভাৰতীয় কণ্ঠশিল্পী [[চনু নিগম]]ৰ জন্ম হৈছিল।
 
==মৃত্যু==
# ১৭৭১ চনৰ আজিৰ দিনটোতে ইংৰাজ কবি [[টমাছ গ্ৰে]]ৰ মৃত্যু হৈছিল।
# ১৭৮৪ চনৰ আজিৰ দিনটোত আধুনিক ফৰাচী বিশ্বকোষৰ অন্যতম ৰূপকাৰ [[ডেনিছ ডিডেৰো]]ৰ মৃত্যু হৈছিল।
# ১৮৯৮ চনৰ আজিৰ দিনটোত জাৰ্মানীৰ ৰাষ্ট্ৰনায়ক [[অটো ডন বিছমাৰ্ক]]ৰ মৃত্যু হয়।
# ২০০৭ চনৰ আজিৰ দিনটোত ছুইডেনৰ এগৰাকী প্ৰখ্যাত পৰিচালক, লেখক, চলচ্চিত্ৰ প্ৰযোজক, নাটক আৰু টেলিভিছনৰো পৰিচালক [[ইংমাৰ বাৰ্গমেন]]ৰ মৃত্যু হয়।
 
==অনান্য==
# ১৯৭৩ চনৰ আজিৰ দিনটোতে মহীশূৰৰ নাম সলনি কৰি নামকৰণ কৰা হয় [[কৰ্ণাটক]]।
# ২০০০ চনৰ আজিৰ দিনটোত [[বীৰাপ্পান]]ৰ দ্বাৰা প্ৰসিদ্ধ কানাড়া অভিনেতা [[ৰাজকুমাৰ]]ক অপৰহৰণ কৰা হৈছিল।
 
== বাহ্যিক সংযোগ ==
"https://as.wikipedia.org/wiki/৩০_জুলাই"ৰ পৰা অনা হৈছে