৩ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
2 নং শাৰী:
 
==জন্ম==
# ১৮৮৬ চনৰ আজিৰ তাৰিখতে হিন্দী সাহিত্যৰ বিশিষ্ট পণ্ডিত [[মৈথিলীচৰণ গুপ্ত]]ৰ জন্ম হয়।
# ১৯৮৪ চনৰ আজিৰ তাৰিখতে ভাৰতীয় ফুটবল দলৰ অধিনায়ক [[সুনীল ছেত্ৰী]] ৰ জন্ম হৈছিল।
 
==মৃত্যু==
#১৯৫৯ চনৰ আজিৰ তাৰিখতে কবি-দাৰ্শনিক [[ভবানন্দ দত্ত]]ৰ মৃত্যু হয়।
#১৯৮০ চনৰ আজিৰ তাৰিখতে শিল্পী [[কমল নাৰায়ণ চৌধুৰী]]ৰ মৃত্যু হয়। তেখেত অসমত এগৰাকী চলচ্চিত্ৰ তথা সংগীত পৰিচালক আৰু অভিনেতা হিচাবে জনাজাত।
 
==অনান্য==
# ১৩৪৭ চনৰ আজিৰ তাৰিখতে আলাউদ্দিন হাছান ওৰফে জাফৰ খানৰ বাহমনি সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা হয়।
# ১৯৫৪ চনৰ আজিৰ তাৰিখতে ভাৰতৰ পাৰমাণৱিক শক্তি বিভাগ প্ৰতিষ্ঠা হয়।
# ১৮৮৫ চনৰ আজিৰ তাৰিখতে উমেশ চন্দ্ৰ বন্দোপাধায়ৰ সভাপতিত্বত মুম্বাইত [[ভাৰতীয় জাতীয় কংগ্ৰেছ]]ৰ প্ৰথম অধিৱেশন আৰম্ভ হয়।
# ১৯১৪ চনৰ আজিৰ তাৰিখতে [[প্ৰথম মহাসমৰ]]ত ফ্ৰান্সৰ বিৰুদ্ধে জাৰ্মানীয়ে যুদ্ধ ঘোষণা কৰে।
# ১৯৬০ চনৰ আজিৰ তাৰিখতে [[নাইজাৰ|নাইজাৰে]] স্বাধীনতা লাভ কৰে।
# আজিৰ তাৰিখতে [[এংগোলো]], [[মোজাম্বিক]] আৰু [[গিনি বিচাৱ|গিনি বিচাৱে]] স্বাধীনতা লাভ কৰে।
# ১৯৯৯ চনৰ আজিৰ তাৰিখতে [[নৰ্মদা বচাও আন্দোলন]]ত সাহিত্যিক [[অৰুন্ধতী ৰয়|অৰুন্ধতী ৰয়ে]] অংশগ্ৰহণ কৰে।
# ২০০৪ চনৰ আজিৰ তাৰিখতে বানপানীৰ সংহাৰী ৰূপত [[অসম]]ৰ সহস্ৰাধিক গাঁও জলমগ্ন, শতাধিক জীৱ-জন্তুৰ মৃত্যু হয়।
 
== বাহ্যিক সংযোগ ==
"https://as.wikipedia.org/wiki/৩_আগষ্ট"ৰ পৰা অনা হৈছে