৩০ জানুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
{{কেলেণ্ডাৰ|month=01|lk=on}}
'''৩০ জানুৱাৰী''' {{enwiki|30 January}} হৈছে [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩০তম [[দিন]] বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩৫ দিন ([[অধিবৰ্ষ]]ত ৩৩৬ দিন) বাকী থাকে৷থাকে।
 
==উল্লেখযোগ্য ঘটনা==
*১৯৩৩ - [[জাৰ্মানী]]ৰ চেনচেলৰ পদত [[এডল্ফ হিটলাৰ]]ৰ আৰোহণ।
==জন্ম==
*১৯৪১ - [[দীপালী বৰঠাকুৰ]],[[অসম]]ৰ এগৰাকী স্বনামধন্য গায়িকা।
==মৃত্যু==
*১৯৪৮ - [[মহাত্মা গান্ধী]], [[ভাৰত]]ৰ জাতিৰ পিতা, স্বাধীনতা সংগ্ৰামী।
==দিৱস==
*শ্বহীদ দিৱস - [[ভাৰত]]