৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
11 নং শাৰী:
|direction_b= পূব
|terminus_b= [[তিনিচুকীয়া]], [[অসম]]
|junction=
|states=[[অসম]]
|previous_type=NH
22 নং শাৰী:
 
== পথ ==
[[৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ]]ৰপৰা [[৩১ বি নং ৰাষ্ট্ৰীয় ঘাইপথ]] নামেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰম্ভ হৈছে। ই [[গোৱালপাৰা]]ত [[ব্ৰহ্মপুত্ৰ|ব্ৰহ্মপুত্ৰ নদী]] পাৰ হৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে গোটেই অসমজুৰি বিস্তৃত হৈ আছে। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো [[গুৱাহাটী]] (ইয়াৰপৰা ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা শাখা [[শ্বিলং]]লৈ গৈছে), [[নগাঁও]] (ইয়াৰপৰা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা শাখা [[ডিমাপুৰ]]লৈ গৈছে), [[যোৰহাট]], [[শিৱসাগৰ]], [[ডিব্ৰুগড়]] আৰু [[তিনিচুকীয়া]] মাজেদি পাৰ হৈ গৈছে। ইয়াৰ উপৰিও [[অসম]]ৰ [[কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান]]ৰ মাজেদি পাৰ হৈ গৈছে।
 
==তথ্য সংগ্ৰহ==