৪ ডিচেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2405:204:B20F:F20:EFD4:1283:D92B:BCC (আলোচনা)-ই কৰা 185362 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
'''৪ ডিচেম্বৰ''' {{enwiki|4 December}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩৩৮ তম ([[অধিবৰ্ষ]]ত ৩৩৯ তম) [[দিন]] বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৭ টা২৭টা দিন বাকী থাকে৷থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা –
 
==ঘটনাৰাজী==
# ১৯২১ চনৰ আজিৰ দিনটোতে কবি সাহিত্যিক [[নলিনীধৰ ভট্টাচাৰ্য]]ৰ জন্ম হৈছিলহৈছিল।
# ২০০৬ বৰ্ষৰ আজিৰ দিনটোতে শিক্ষাবিদ আৰু অৰ্থনীতিবিদ,অসমীয়া ভাষাত অসমৰ অৰ্থনীতি বিষয়ক গ্ৰন্থ লিখা প্ৰথমজন ব্যক্তি [[ভৱানন্দ ডেকা]]ই মৃত্যু বৰণ কৰিছিলকৰিছিল।
# ২০১১ চনৰ আজিৰ দিনটোতে সাহিত্যিক, ইতিহাস গৱেষক তথা সমাজকৰ্মী, কামতা সাহিত্য ৰত্ন, [[অম্বিকাচৰণ চৌধুৰী]]ৰ মৃত্য়ু হৈছিল ৷হৈছিল।
# ২০১০ চনৰ আজিৰ দিনটোতে ভাৰতীয় ফুটবল খেলুৱৈ [[ৰবিন গুৰুঙ]]-এ কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত অ' এন জি চি দলৰ হৈ ইষ্ট বেংগল দলৰ বিৰুদ্ধে নিজৰ পেছাদাৰী ফুটবল কেৰিয়াৰৰ পাতনি মেলেমেলে।
# ১৯৯৭ চনৰ আজিৰ দিনটোতে ভাৰত গণতন্ত্ৰৰ ১১শ লোকসভা ভঙ্গ কৰি দিয়া হয়হয়।
# ১৮২৯ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষত [[সতীদাহ প্ৰথা]] নিষিদ্ধ হৈছিল। আৰু ইয়াৰ প্ৰধান উদ্যোক্তা আছিল লৰ্ড বেণ্টিক।
# ১৯১০ চনৰ আজিৰ দিনটোতে ভাৰতৰ অষ্টম ৰাষ্ট্ৰপতি [[ৰামস্বামী ভেংকটৰমণ]]ৰ জন্ম হয়হয়।
# ১৯১০ চনৰ আজিৰ দিনটোতে ভাৰতীয় টে'ষ্ট ক্ৰিকেটাৰ [[অমৰ সিঙ]]ৰ জন্ম হৈছিল৷হৈছিল।
# আজি ভাৰতৰ নৌ সেনা দিৱসদিৱস।
# ইংৰাজ চিন্তাবিদ আৰু প্ৰসিদ্ধ সাহিত্যিক [[টমাছ কাৰ্লাইল]]ৰ জন্ম হৈছিল আজিৰ দিনটোতে। তেওঁ ফ্ৰেন্স ৰিভিলিউচনৰ ৰচয়িতা ৰূপে বিখ্যাত আছিল।
 
== বাহ্যিক সংযোগ ==