৫ ডিচেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

47.29.203.190 (আলোচনা)-ই কৰা 185363 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
'''৫ ডিচেম্বৰ''' {{enwiki|5 December}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩৩৯ তম ([[অধিবৰ্ষ]]ত ৩৪০ তম) [[দিন]] বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৬ টা২৬টা দিন বাকী থাকে৷ থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
 
==ঘটনাৰাজী==
# ১৯৫০ চনৰ আজিৰ দিনটোত চীনা সৈন্যই [[উত্তৰ কোৰিয়া]]ৰ ৰাজধানী [[প্যংয়াং]]ৰ পৰা [[ৰাষ্ট্ৰ সংঘ]]ৰ বাহিনীক খেদি পঠিয়াইপঠিয়াই।
# [[শ্ৰীলংকা]]ৰ সৈন্যয়ে ১৯৯৫ চনৰ আজিৰ দিনটোত ৪৯ দিন চলা অভিযানৰ অন্তত টামিল টাইগাৰ বাহিনীৰ পৰা [[জাফনা]] দখল কৰেকৰে।
# ১৯৬৯ চনৰ ৫ ডিচেম্বৰ তাৰিখে অসমবাসীয়ে কৰা আন্দোলনৰ ফলস্বৰূপে অসমৰ তৃতীয়টো শোধনাগাৰ ভাৰত চৰকাৰে [[বঙাইগাঁও তেল শোধনাগাৰ]] আৰু পেট্ৰ’ৰাসায়নিক প্ৰকল্প স্থাপন কৰিবলৈ লোৱাৰ কথা ঘোষণা কৰিছিল।
 
12 নং শাৰী:
 
===মৃত্য===
* ১৮৭০ - [[আলেকজেণ্ডাৰ ডুমা]], ফৰাচী ঔপন্যাসিক আৰু নাট্যকাৰ আৰু নাট্যকাৰ
* ১৯৫০ - [[শ্ৰী অৰবিন্দ]] {{enwiki|Sri Aurobindo}} , ভাৰতীয় ধৰ্মগুৰু আৰু কবি