৫ মে': বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

223.179.251.254 (আলোচনা) সম্পাদিত 177820 সংশোধনটি বাতিল কৰক
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
'''৫ মে'''' দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ১২৫ তম ([[অধিবৰ্ষ]]ত ১২৬ তম) দিন। বছৰটো শেষ হ’বলৈ আজিৰ পৰা মুঠ ২৪০ টা২৪০টা দিন বাকী থাকে। এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
 
==জন্ম ==
# ১৮১৮ চনৰ আজিৰ দিনটোত জাৰ্মান অৰ্থনীতিবিদ, দাৰ্শনিক তথা সমাজবাদী আন্দোলনৰ অন্যতম হোতা [[কাৰ্ল মাৰ্ক্স]]ৰ জন্ম হয়হয়।
# ১৮৯৫ চনৰ এই দিনটোতে সমাজসেৱক তথা সাহিত্যিক [[অমিয় কুমাৰ দাস]]ৰ জন্ম হয়হয়।
# ১৮৪৬ চনৰ আজিৰ দিনটোতে পোলেণ্ডৰ ঔপন্যাসিক [[হেনৰিক ছিনকিৱজ]]ৰ জন্ম হৈছিল ৷হৈছিল। তেওঁ ১৯০৫ চনত সাহিত্যৰ ন’বেল বঁটা লাভ কৰেকৰে।
# ১৯১৬ চনৰ আজিৰ দিনটোত জন্ম হৈছিল ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি [[জাইল সিঙ]]ৰ ৷ৰ। তেওঁ ১৯৮৭ চনৰ পৰা ২৫ জুলাইলৈকে ৰাষ্ট্ৰপতিৰূপে কাৰ্যনিৰ্বাহ কৰিছিলকৰিছিল।
 
==মৃত্যু==
# ১৯৪৪ চনৰ আজিৰ দিনটোতে [[অসম সাহিত্য সভা]]ৰ সভাপতি [[মইদুল ইছলাম বৰা]]ই মৃত্যুক সাৱতি লয়লয়।
# ২০০৬ চনৰ আজিৰ দিনটোতে মৃত্যু হয় প্ৰসিদ্ধ সংগীত শিল্পী [[নৌছাদ]]ৰ।
 
==অনান্য==
# ১৯৫৫ চনত আজিৰ দিনটোতে সংসদত গৃহীত হয় হিন্দু বিবাহ বিচ্ছেদ বিধেয়কবিধেয়ক।
# ১৯৮৪ চনৰ আজিৰ দিনটোত [[ফু দৰ্জী]]য়ে [[এভাৰেষ্ট]] আৰোহণ ৷আৰোহণ। তেওঁ আছিল অক্সিজেন নোহোৱাকৈ এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয়ভাৰতীয়।
# ১৯২১ চনৰ আজিৰ দিনটোতে বিশ্বৰ ক্ষুদ্ৰতম সংবাদ-পত্ৰ ‘ব্ৰাইনাৰ গেজেট’ প্ৰথম প্ৰকাশ হয় ৷হয়। উল্লেখযোগ্য যে সংবাদ পত্ৰখনৰ আকাৰ আছিল ১০X১৩ ছেঃমিঃছেঃমিঃ।
# আজিৰ দিনটোতে আটলাণ্টিক এটি ক্ষুদ্ৰ দ্বীপত [[নেপোলিয়ন বোনাপাৰ্ট]]ৰ মৃত্যু হয় ৷হয়। মৃত্যুৰ সময়ত তেওঁ নিৰ্বাসিত অৱস্থাত আছিলআছিল।
# ১৯১২ চনৰ আজিৰ দিনটো ষ্টকহোমত পঞ্চম [[অলিম্পিক]] ক্ৰীড়া আৰম্ভ হয়হয়।
# আজি [[নেদাৰলেণ্ড]]ৰ স্বাধীনতা দিৱসদিৱস।
 
 
"https://as.wikipedia.org/wiki/৫_মে%27"ৰ পৰা অনা হৈছে