৫ জানুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
'''৫ জানুৱাৰী''' {{enwiki|5 January}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৫ম [[দিন]] বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৬০ টা৩৬০টা দিন ([[অধিবৰ্ষ]]ত ৩৬১টা দিন) বাকী থাকে৷থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
 
==ঘটনাৰাজী==
# ১৮৩১ খৃঃ - [[পানামা]]ই [[কলম্বিয়া]]ৰ পৰা স্বাধীনতা লাভ কৰিছিলকৰিছিল।
# ১৮৯৬ খৃঃ - [[ৰ'য়েণ্টজেন]]ৰ দ্বাৰা [[এক্স ৰে']] আৱিষ্কাৰৰ প্ৰথম বাতৰি প্ৰকাশ [[অষ্ট্ৰিয়া]]ৰ ৱায়েনাৰ প্ৰেছী নামৰ বাতৰি কাকত খনতখনত।
===জন্ম===
# ১৫৭১ খৃঃ - শ্বাহ জাহান, মোগল সম্ৰাটসম্ৰাট।
# ১৮৬৩ খৃঃ - কণষ্টানটাইন ছাৰ্গেভেইজ ষ্টেনিস্লেৱিস্কি, বিখ্যাত ৰুছ অভিনেতা, শিক্ষক আৰু চিন্তাবিদচিন্তাবিদ।
 
===মৃত্যু===
# ১৯৩৩ খৃঃ - কেলভিন কুলিজ, [[মাৰ্কিনআমেৰিকা যুক্তৰাষ্ট্ৰ]]ৰ ৩০তম ৰাষ্ট্ৰপতিৰাষ্ট্ৰপতি।
 
== বাহ্যিক সংযোগ ==