৬ জুলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

1 বাইট যোগ দিয়া হ’ল ,  2 বছৰৰ পূৰ্বে
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
(নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত)
{{আজিৰ দিনটো|6|7|187}}
==জন্ম==
# ১৯২৬ চনৰ আজিৰ দিনটোতে 'কলংপৰীয়া কবি' ‘এধানি মহীৰ হাঁহি’ৰ স্ৰষ্টা [[মহিম বৰা]]দেৱে জন্ম লাভ কৰিছিলকৰিছিল।
# ১৯৪৬ চনত ৪৩তম্৪৩তম মাৰ্কিনআমেৰিকান ৰাষ্ট্ৰপতি [[জৰ্জ ডব্লিউ বুশ্ব]]ৰ জন্ম হয় আজিৰ দিনটোতেদিনটোতে।
 
==মৃত্যু ==
# ১৮৯৩ চনৰ আজিৰ দিনটোত ফৰাচী কথা সাহিত্যিক [[গী ডি মোপাছাঁ]]ৰ মৃত্যু হৈছিলহৈছিল।
# ১৯৩৫ চনৰ আজিৰ দিনটোতে ইংৰাজ আইনজ্ঞ তথা চিন্তাবিদ [[টমাছ মোৰে]]ৰ মৃত্যু হয়হয়।
# ১৯৬০ চনৰ আজিৰ দিনটোতে শিলগুৰি ৰেল ষ্টেচনত ৰেল কৰ্মচাৰী, সাহিত্যিক, সাংবাদিক [[সূৰ্য বৰা]]ক দুৰ্বত্তই হত্যা কৰেকৰে।
# ১৯৬২ চনৰ আজিৰ দিনটোতে সাহিত্যৰ নোবেল বিজয়ী মাৰ্কিনআমেৰিকান লেখক [[উইলিয়াম ফকনাৰ]]ৰ মৃত্যু হয়হয়।
 
==অনান্য==
# নাট্যকাৰ, অভিনেতা, নাট পৰিচালক, নাট সমালোচক সত্যপ্ৰসাদ বৰুৱাদেৱে লিখা "ধৰালৈ যিদিনা নামিব সৰগ" নাটকখন ৰেডিঅ’যোগে প্ৰচাৰ হৈছিল ১৯৪৮ চনৰ আজিৰ দিনটোতে ৷দিনটোতে। উল্লেখযোগ্য যে এইখনেই আছিল [[অল ইণ্ডিয়া ৰেডিঅ']]যোগে প্ৰচাৰ হোৱা প্ৰথম অসমীয়া অনাতাঁৰ নাটকনাটক।
# ২০১৩ চনৰ আজিৰ তাৰিখতে [[যোৰহাট]]ৰ ৰাজমাও পুখুৰীৰ পাৰত অৱস্থিত নৱনিৰ্মিত তাৰকাগৃহটো অসমৰ মুখ্যমন্ত্ৰী [[তৰুণ গগৈ]]য়ে উদ্বোধন কৰে।
# ডাঃ এন গোপীনাথ আৰু ডাঃ আৰ এইছ বেটছৰ দ্বাৰা প্ৰথমবাৰৰ বাবে ভাৰতত মুক্ত হৃদপিণ্ডৰ অষ্ট্ৰোপচাৰ সম্পন্ন হৈছিল ১৯৫৯ বৰ্ষৰ আজিৰ দিনটোতেদিনটোতে।
# [[নেতাজী সুভাষ চন্দ্ৰ বসু]]ৰ প্ৰথমবাৰৰ বাবে [[মহাত্মা গান্ধী]]ক জাতিৰ পিতা ৰূপে সম্বোধন ১৯৪৪ চনৰ আজিৰ দিনটোতেদিনটোতে।
# ১৮৮৫ চনৰ আজিৰ দিনটোতে ফৰাচী বিজ্ঞানী [[লুই পেষ্টিউ]]ৰে [[জলাতংক ৰোগ]]ৰ কাৰণ আৰু তাৰ প্ৰতিষেধক ছিটা আৱিষ্কাৰ কৰেকৰে।
# ৫০০ বছৰীয়া [[পটুৰ্গিজ]]ৰ পৰাধীনতাৰ শিকলী চিঙি মোজাম্বিকে স্বাধীনতাৰ সোৱাদ পাইছিল ১৯৭৫ বৰ্ষৰ আজিৰ দিনটোতেদিনটোতে।
# আজি [[কোমোৰোছ]]ৰ স্বাধীনতা দিৱসদিৱস।
# আজি গল্পৰ দিনদিন।
 
{{-}}
3,780

টা সম্পাদনা