৭ এপ্ৰিল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
{{কেলেণ্ডাৰ|lk=on|month=04}}
'''৭ এপ্ৰিল''' হৈছে [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৯৭তম ([[অধিবৰ্ষ]]ত ৯৭তম) [[দিন]]। বছৰ শেষ হৰলৈ আৰু ২৬৯ দিন বাকী থাকে।
 
;'''উল্লেথযোগ্য ঘটনা'''
*১৯২৭ - প্ৰথম দীৰ্ঘ-দুৰত্বৰ ৰাজহুৱা [[দুৰদৰ্শন]] সম্প্ৰসাৰণ, [[ৱাচিংটন ডি চি]]ৰ পৰা [[নিউ য়ৰ্ক]] নগৰলৈ।
*১৯৩৭ - [[শ্বিলং|শ্বিলঙ]]ত [[অসম বিধান সভা]]ৰ প্ৰথম বৈঠক।
*১৯৪৮ - [[ৰাষ্ট্ৰ সংঘ]]ৰ দ্বাৰা [[বিশ্ব স্বাস্থ্য সংস্থা]]ৰ গঠন।
*১৯৭৯ - অসমৰ [[ৰংঘৰ]] বাকৰিত [[সংযুক্ত মুক্তি বাহিনী, অসম]]ৰ গঠন।
*২০০১ - [[নাছা]]ৰ [[মংগল অভিযান]] [[মাৰ্ছ ওডিছি]]ৰ উৎক্ষেপন।
*২০১৪ - অসমত ডেকাৰগাওঁ, তেজপুৰৰ পৰা নাহৰলগুনলৈ প্ৰথম যাত্ৰীবাহী ৰেল।
 
;'''জন্ম'''
*১৮৮৯ - [[গ্ৰেবিলা ম্ৰিষ্টেল]], [[ন'বেল বঁটা]] প্ৰাপ্ত চিলিৰ কবি।
*১৯২৬ - [[প্ৰেম নাজিৰ]], ভাৰতীয় অভিনেতা।
*১৯৪২ - [[জিতেন্দ্ৰ]], ভাৰতীয় অভিনেতা।
*১৯৪৭ - [[নগেন বৰা]], অসমীয়া সাহিত্যিক, গীতিকাৰ, সুৰকাৰ, অভিনেতা, আৰু সাংবাদিক।
*১৯৫৪ - [[জেকী চান]], হংকঙৰ অভিনেতা।
 
;'''মৃত্যু'''
*১৯৪৬ - [[পদ্মনাথ গোহাঞিবৰুৱা]], অসমীয়া সাহিত্যিক।
*২০১২ - [[মাইক ৱালেঞ্চ]], আমেৰিকান সাংবাদিক।
*২০১২ - [[চাৰু গোহাঁই]], অসমৰ ৰাজনীতিক।
 
;'''দিৱস'''
"https://as.wikipedia.org/wiki/৭_এপ্ৰিল"ৰ পৰা অনা হৈছে