৭ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
2 নং শাৰী:
 
==জন্ম==
# ১৮৯৯ চনৰ আজিৰ দিনটোত প্ৰথিতযশা সাহিত্যিক [[ডিম্বেশ্বৰ নেওগ]]ৰ জন্ম হৈছিল।
# ১৯৬৬ চনৰ আজিৰ দিনটোত আমেৰিকান ইণ্টাৰনেট শিল্পদ্যোগী [[জিম্মী ৱেলছ]] জন্ম হৈছিল।
 
==মৃত্যু ==
# ১১০৬ চনৰ আজিৰ দিনটোতে জাৰ্মানীৰ সম্ৰাট [[চতুৰ্থ হেনৰী]]ৰ মৃত্যু হয়।
# ১৮৪৮ চনৰ আজিৰ দিনটোতে ছুইডেনৰ ৰসায়ন বিজ্ঞানী [[জনজ জেকব বাৰ্জেলিয়াছ]]ৰ মৃত্যু হয়।
# ১৯৪১ চনৰ আজিৰ দিনটোত কবিগুৰু [[ৰবীন্দ্ৰনাথ ঠাকুৰ]]ৰ মৃত্যু হয়।
 
==অনান্য==
# ১৯০৫ চনৰ আজিৰ দিনটোতেই ঘটিছিল [[বংগ বিভাজন]]।
# ১৯৫৯ চনৰ আজিৰ দিনটোতে লুণা-৩ৰ দ্বাৰা চন্দ্ৰৰ অদৃশ্য ফালটোৰ ফটো লোৱা হৈছিল৷হৈছিল।
# ১৮৬৯ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ পৰা পূৰ্ণগ্ৰাহ সূৰ্যগ্ৰহণৰ প্ৰথম ফটো লোৱা হৈছিল।
# ১৯৬০ চনৰ আজিৰ দিনটোত পশ্চিম আফ্ৰিকাৰ দেশ [[আইভৰী কষ্ট|আইভৰী কষ্টে]] স্বাধীনতা লাভ কৰে।
# ২০০৭ চনৰ আজিৰ দিনটোতে [[শ্যাম বেনেগাল]]লৈ ২০০৫ চনৰ [[দাদা চাহেব ফাল্কে বঁটা]] প্ৰদান কৰা হয়।
 
 
== বাহ্যিক সংযোগ ==
{{commons|Category:7 August|৭ আগষ্ট}}
* [http://news.bbc.co.uk/onthisday/hi/dates/stories/august/7 বিবিচি: এই দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা]
----
{{Months}}
"https://as.wikipedia.org/wiki/৭_আগষ্ট"ৰ পৰা অনা হৈছে