৭ মে': বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

1 বাইট যোগ দিয়া হ’ল ,  3 বছৰৰ পূৰ্বে
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
2402:3A80:DCB:1D86:E253:BA97:E3A9:F775 (আলোচনা) সম্পাদিত 177859 সংশোধনটি বাতিল কৰক
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
ইতিহাসৰ পাতত আজিৰ দিনটো -
 
(১) অসমৰ ৰাজনৈতিক ইতিহাসৰ অন্যতম ঐতিহ্য জনতা ভৱনৰ এক গুৰুত্বপূৰ্ণ অংশ অগ্নিকাণ্ডত ভষ্মীভূত হয় ২০০৫ চনৰ আজিৰ দিনটোত।
 
(২) ১৮৪৯ চনৰ আজিৰ দিনটোত [[ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ]] আৰু জন বেথুনৰ নেতৃত্বত কলকাতাত প্ৰতিষ্ঠিত হয় ‘নেটিভ ব্ৰউন স্কুল’ ৷স্কুল’। পিছলৈ এইখনেই হয়গৈ ‘ব্ৰাউন স্কুল’।
 
(৩) কবিগুৰু [[ৰবীন্দ্ৰ নাথ ঠাকুৰ]]ৰ জন্ম হয় ১৮৬১ চনৰ আজিৰ দিনটোত।
 
(৪) ১৮৬৮ চনৰ আজিৰ দিনটোত [[ব্লাদিশ্লাভ ষ্টেনিশ্লাভ ৰেমণ্ট]]ৰ জন্ম হয় ৷হয়। ‘দ্যা পীজেণ্ট’ নামৰ উপন্যাসৰ বাবে তেওঁ ১৯২৪ চনত সাহিত্যৰ [[নোবেল বঁটা]] লাভ কৰিছিল।
 
(৫) ১৮৯২ চনৰ আজিৰ দিনটোত যুগোশ্লাভিয়াৰ ৰাষ্ট্ৰপতি মাৰ্শ্বেল টিটোৰ জন্ম হয়হয়।
 
(৬) ১৮১২ চনৰ আজিৰ দিনটোত ইংৰাজ কবি [[ৰবাৰ্ট ব্ৰাউনিঙৰ]] জন্ম হয়হয়।
 
(৭) আজিৰ দিনটোত ১৮৩২ চনত গ্ৰীচ সাম্ৰাজ্য স্বাধীন সাম্ৰাজ্যত পৰিণত হয়হয়।
 
(৮) জৰ্জ ইষ্টমেনে আধুনিক কেমেৰা নিৰ্মাণ কৰে ১৯৮৯ চনৰ আজিৰ দিনটোত ।দিনটোত। এই কেমেৰাটো বৰ্তমান ‘কোডাক’ নামে জনাজাতজনাজাত।
 
{{-}}
3,785

টা সম্পাদনা