৯ জুলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
{{আজিৰ দিনটো|9|7|190}}
# ১৯৩১ চনৰ আজিৰ দিনটোতে [[অচ্যুত লহকৰ]]ৰ জন্ম হয় । হয়। তেখেতক [[অসম]]ৰ [[ভ্ৰাম্যমানভ্ৰাম্যমাণ থিয়েটাৰ]]ৰ জনক বুলি কোৱা হয়হয়।
# ১৯৯৪ চনৰ আজিৰ দিনটোতে প্ৰগতিশীল কবি , পথাৰৰ কবি ৰূপে খ্যাত [[ৰাম গগৈ]]ৰ মৃত্যু হয়হয়।
# ২০০২ চনৰ আজিৰ দিনটোতে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন সংস্কৃত পণ্ডিত, প্ৰাক্তন সাংসদ মহামহোপাধ্যায় বিশ্বনাৰায়ণ শাস্ত্ৰীৰ দেহাৱসান ঘটেঘটে।
# ১৯৯৯ চনৰ আজিৰ দিনটোতে [[অসম চুক্তি]]ৰ আধাৰত নিৰ্মিত অসমৰ চতুৰ্থটো তেল শোধনাগাৰ [[নুমলীগড় তেল শোধনাগাৰ]] ৰাষ্ট্ৰৰ সেৱাৰ বাবে মুকলি কৰা হয়হয়।
# ১৯৫১ চনৰ আজিৰ দিনটোতে [[ভাৰতবৰ্ষ]]ত পোনপ্ৰথম বাৰৰ বাবে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা ঘোষণা কৰা হয়হয়।
# ২০০৬ চনৰ আজিৰ দিনটোতে সম্পূৰ্ণ ৪৪বছৰৰ পাছত ঐতিহাসিক [[নাথুলা গিৰিপথ]] মুকলি কৰা হয় ।হয়। ১৪,৫০০ ফুট উচ্চতাত অৱস্থিত এই এইগিৰিপথ মুকলি হোৱাৰ লগে লগে [[চীন]]-[[ভাৰত]]ৰ বাণিজ্যিক সম্পৰ্ক স্থাপন হয়হয়।
# ২০০৬ চনৰ আজিৰ দিনটোতে [[জাৰ্মানী]]ত অনুষ্ঠিত বিশ্বকাপ ফুটবলৰ চেম্পিয়ন খিতাপ লাভ কৰে [[ইটালী]]য়েয়ে।
# আজি [[আন্তৰাষ্ট্ৰীয় মেণ্ডেলা দিৱস]] দক্ষিণ আফ্ৰিকাবাসীৰ বাবে আজীৱন ত্যাগ স্বীকাৰ কৰা বাবে [[নেলছন মেণ্ডেলা]]ক সন্মান জনাই তেওঁৰ জন্ম দিন আজিৰ তাৰিখতে প্ৰতি বছৰে আন্তৰাষ্ট্ৰীয় মেণ্ডেলা দিৱস উদযাপন কৰি আহিছেআহিছে।
 
{{-}}
"https://as.wikipedia.org/wiki/৯_জুলাই"ৰ পৰা অনা হৈছে