ৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
5 নং শাৰী:
(International Classification of Diseases (ICD))
 
১৮৫০ চনৰ পৰাই ৰোগ সমূ্হক অধ্যয়ন আৰু গৱেষণাৰ সুবিধাৰ শ্ৰেণী বিভাজন কৰাৰ প্ৰয়াস কৰা হৈছে। এই প্ৰচেষ্টাৰেই ১৮৯৩ চনত প্ৰথমে 'আন্তৰ্জাতিক পৰিসংখ্যা প্ৰতিষ্ঠান'-এ (International Statistical Institute) প্ৰথমে 'মৃত্যুৰ কাৰণৰ তালিকা' (List od Causes of Death) প্ৰকাশ কৰে। এই তালিকাৰ ষষ্ঠ সংশোধনী 'বিশ্ব স্বাস্থ্য সংঘ'ৰ (World Health Organization) তত্বাৱধানততত্ত্বাৱধানত প্ৰকাশ কৰা হয়। ইয়াৰ নাম দিয়া হয় 'ৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাজন' (International Classification of Diseases, চমুকৈ ICD)। ১৯৬৭ চনত 'বিশ্ব স্বাস্থ্য সদন'ত 'WHO ৰোগ নামকৰণ নিয়মাৱলী'ৰ (WHO Nomenclature Regulations) আধাৰত প্ৰস্তুত কৰি উলিয়ায় আৰু সংঘ ৰাষ্ট্ৰ সমূহক ৰোগৰ নামকৰণৰ বাবে ICD-ৰ সৰ্বশেষ সংশোধনী ব্যৱহাৰ কৰাৰ উপদেশ দিয়ে।
 
১৯৯০ চনত 'বিশ্ব স্বস্থ্য সদন'-এ ICD-ৰ দশম সংষ্কৰণ প্ৰস্তুত কৰে আৰু ১৯৯৪ চনৰপৰা সংঘ ৰাষ্ট্ৰসমূহৰ ব্যৱহাৰৰ বাবে মুকলি কৰা হয়। বৰ্তমানেও এই সংষ্কৰণকে ব্যৱহাৰ কৰা হৈছে। অৱশ্যে একাদশ সংষ্কৰণৰ কাম এতিয়া চলি আছে।
17 নং শাৰী:
বৰ্তমান প্ৰচলিত দশম সংষ্কৰণত মুঠ বাইছটা অধ্যায় আছে।
 
অধ্যায়. গোট শিৰোনামাশিৰোনাম
* I - A00-B99 - কিছুমান সংক্ৰমণৰদ্বাৰা হোৱা ৰোগ (Certain infectious and parasitic diseases)
*II - C00-D48 - Neoplasms
26 নং শাৰী:
*VII - H00-H59 - চকু আৰু সংলিষ্ট অংশৰ ৰোগ (Diseases of the eye and adnexa)
*VIII - H60-H95 - কাণ আৰু 'মেষ্ট'ইড' অংশৰ ৰোগ (Diseases of the ear and mastoid process)
*IX - I00-I99 - পৰিবহনপৰিবহণ তন্ত্ৰৰ ৰোগ (Diseases of the circulatory system)
*X - J00-J99 - শ্বাস তন্ত্ৰৰ ৰোগ (Diseases of the respiratory system)
*XI - K00-K93 - পাচক তন্ত্ৰৰ ৰোগ (Diseases of the digestive system)
34 নং শাৰী:
*XV - O00-O99 - প্ৰসূতি, প্ৰসৱ আৰু প্ৰসৱোত্তৰ অৱস্থা (Pregnancy, childbirth and the puerperium)
*XVI - P00-P96 - প্ৰসৱকালীন অৱস্থাত হোৱা কুছুমান অৱস্থা (Certain conditions originating in the perinatal period)
*XVII - Q00-Q99 - জন্মগত গঠন ক্ৰুটিত্ৰুটি আৰু ক্ৰম'জ'মীয় ক্ৰূটি (Congenital malformations, deformations and chromosomal abnormalities)
*XVIII - R00-R99 - আন অধ্যায়ত সন্নিবিষ্ট নকৰা লক্ষণ, বা পৰীক্ষাত ধৰা পৰা ক্ৰূটী (Symptoms, signs and abnormal clinical and laboratory findings, not elsewhere classified)
*XIX - S00-T98 - আঘাটআঘাত, বিষক্ৰিয়া বা অন্যান্য বাহ্যিক কাৰণৰ ফলত সৃষ্টি হোৱা অৱস্থা (Injury, poisoning and certain other consequences of external causes)
*XX - V01-Y98 - বাহিৰা কাৰণৰ ফলত হোৱা ৰোগ বা মৃত্যু (External causes of morbidity and mortality)
*XXI - Z00-Z99 - স্বাস্থ্যত প্ৰভাৱ পেলবা পৰা অৱস্থা বা আন কোনো কাৰণত স্বাস্থ্য বিভাগৰ ওচৰলৈ আহিবলগীয়া অৱস্থা (Factors influencing health status and contact with health services)
43 নং শাৰী:
===ICD দশম সংষ্কৰণ মতে ৰোগ চিহ্নিত কৰাৰ নিয়ম===
 
যিকোনো ৰোগৰ বাবে ওপৰোক্ত প্ৰতিটো অধ্যায়তে উল্লেখিতউল্লিখিত মতে সংকেত প্ৰয়োগ কৰা হয়। মূল অধ্যায়ত থকা প্ৰথম আখৰটোৱে সেই অধ্যায়টো সূচায়। দ্বিতীয় আৰু তৃত্বীয় সংখ্যা দুটাই এটা বিশেষ ৰোগক আৰু সেই ৰোগৰ বিশেষ অৱস্থা বুজাবলৈ কেতিয়াবা পাছত আন দুটা সংখ্যা ব্যৱহাৰ কৰা হয়।
 
উদাহৰণ স্বৰূপে, 'প্লাজমোডিয়াম ভাইভেক্স'ৰপৰা হোৱা মেলেৰিয়া ৰোগৰ বাবে সংকেত হৈছে: '''B51'''। যদি এই ৰোগৰ বাবে ৰোগীৰ প্লীহা ফাঁটিছে তেন্তে তাৰ বাবে যোগ দিব লাগিব: '''.0'''। যদি একো জটিলতা নাই, তেন্তে যোগ দিব লাগিব '''.9'''।