ৰসায়ন বিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
{{science stub}}
 
'''ৰসায়ন বিজ্ঞান''' হৈছে ভৌতিক বিজ্ঞানৰ এটা শাখা য’ত [[পদাৰ্থ]]ৰ গুণাগুণ, ক্ৰিয়া-বিক্ৰিয়া, সংযুক্তি, পৰিৱৰ্তন, প্ৰস্তুতি পদ্ধতি আৰু পদাৰ্থবোৰৰ মাজত ঘ্টা মিলনৰ নিয়ম, প্ৰক্ৰিয়া আদি আলোচনা কৰা হয়। বহলকৈ ইয়াক [[জৈৱ ৰসায়ন]], [[অজৈৱ ৰসায়ন]] আৰু [[ভৌত ৰসায়ন]] এই তিনি ভাগত ভগাব পাৰি। [[ৰবাৰ্ট বয়ল]] নামৰ বিজ্ঞানীগৰাকীয়ে ৰসায়ন বিজ্ঞানক এটা অন্য শাখা হিছাপে প্ৰতিষ্ঠা কৰাত প্ৰভূতপ্ৰভুত অৰিহণা যোগায় যদিও [[এণ্টন লেভয়ছিয়াৰ]]কহে '''আধুনিক ৰসায়নৰ পিতা''' বুলি অভিহিত কৰা হয়।
[[চিত্ৰ:Explained Atom.svg|right|thumb|300px|]]
ৰসায়ন বিজ্ঞানৰ ইংৰাজী ভাষাৰ Chemistry শব্দটো গ্ৰীক শব্দ ‘Alchemy’ৰ পৰা উৎপত্তি হৈছে।