ৰাজীৱ গান্ধী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
38 নং শাৰী:
|alma_mater = [[ত্ৰিনিটি কলেজ]], [[কেমব্ৰিজ]]<br>ইম্পেৰিয়েল কলেজ, [[লণ্ডন]]
}}
'''ৰাজীৱ ৰত্ন গান্ধী''' ({{lang-en|Rajiv Gandhi}} ({{audio|Hi-RajivGandhi.ogg|উচ্চাৰণ}}) [[ভাৰতবৰ্ষ]]ৰ [[ভাৰতৰ প্ৰধান মন্ত্ৰীসকলৰ তালিকা|ষষ্ঠ]] [[ভাৰতৰ প্ৰধানমন্ত্ৰী|প্ৰধানমন্ত্ৰী]] আছিল (১৯৮৪–১৯৮৯)। তেওঁৰ মাতৃ ইন্দিৰা গান্ধীৰ হত্যাৰ পাছত (৩১ অক্টোবৰ, ১৯৮৪) তেওঁৱেই প্ৰধানমন্ত্ৰীৰ পদৰ দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁ মাত্ৰ ৪০ বছৰ বয়সতে প্ৰধানমন্ত্ৰীৰ পদত অধিস্থিতঅধিষ্ঠিত হৈ আটাইতকৈ ''কম বয়সীয়া প্ৰধানমন্ত্ৰী'' হিচাপে পৰিগণিত হয়। ১৯৯১ চনত [[ভাৰত চৰকাৰ|ভাৰত চৰকাৰে]] দেশৰ সৰ্ব্বোচ্চ সন্মন [[ভাৰত-ৰত্ন]] উপাধিৰে তেওঁক সন্মনিত কৰে<ref>{{cite web|title=Padma Awards Directory (1954–2007)|url=http://www.mha.nic.in/pdfs/PadmaAwards1954-2007.pdf|publisher=Ministry of Home Affairs|accessdate=7 December 2010}}</ref>।
 
ৰাজীৱ গান্ধী [[ইন্দিৰা গান্ধী]] আৰু [[ফিৰোজ গান্ধী]]ৰ বৰপুত্ৰ আছিল। তেওঁ ''ট্ৰিনিটি কলেজ, কেমব্ৰিজ'' আৰু তাৰ পিছত [[লণ্ডন]]ৰ ''ইম্পেৰিয়েল কলেজ''ত অধ্যয়ন কৰিছিল। কিন্তু কোনো এখন মহাবিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী ল'বলৈ সক্ষম নহ'ল। কেমব্ৰিজত থাকোতেইথাকোঁতেই তেওঁ [[ইটালী]]ত জন্ম, সেই সময়ৰ এখন ৰেষ্টুৰেণ্টৰ এগৰাকী পৰিচাৰক, [[ছোনিয়া গান্ধী|এণ্ট'নিয়া এলবিনা মাইন']] লগ পায় আৰু পাছলৈ এওঁকেই বিয়া কৰায়। বিশ্ববিদ্যালয় এৰাৰ পিছত তেওঁ [[ইণ্ডিয়ান এয়াৰলাইঞ্চ]]ৰ এজন পেচাদাৰী পাইলট হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। তেওঁৰ কণিষ্ঠকনিষ্ঠ ভাতৃ [[সঞ্জয় গান্ধী]]ৰ ১৯৮০ চনত মৃত্যু হোৱাৰ পাছত ৰাজীৱ গান্ধীৰ ৰাজনীতিত আগমন ঘটে। তেওঁৰ মাতৃ ইন্দিৰা গান্ধীৰ ১৯৮৪ চনত হোৱা হত্যাকাণ্ডৰ পাছত, [[ভাৰতীয় জাতীয় কংগ্ৰেছ]] দলৰ বিষয়ববীয়া সকলে ৰাজীৱ গান্ধীক প্ৰধানমন্ত্ৰী পদৰ বাবে মনোনীত কৰে।
 
 
52 নং শাৰী:
 
==ৰাজনীতিত প্ৰৱেশ==
১৯৮০ চনত তেওঁৰ ভাতৃৰ মৃত্যুৰ পাছত [[ভাৰতীয় জাতীয় কংগ্ৰেছ]] দলৰ ৰাজনৈতিক নেতা আৰু তেওঁৰ মাতৃ ইন্দিৰা গান্ধীয়ে ৰাজীৱ গান্ধীক ৰাজনীতিত প্ৰৱেশ কৰিবলৈ গুৰুত্ব দিছিল। তেওঁ আৰু তেওঁৰ পত্নী ইয়াৰ বিৰুদ্ধে আছিল, আৰু ৰাজীৱ গান্ধীয়ে তেওঁৰ ভাতৃৰ লোকসভাৰ আসনৰ পৰা প্ৰতিদ্বন্দিতাপ্ৰতিদ্বন্দ্বিতা নকৰে বুলি ৰাজহুৱাভাৱে প্ৰকাশ কৰিছিল। সৰ্বশেষত, তেওঁ লোকসভাৰ আসনৰ বাবে প্ৰতিদ্বন্দিতাপ্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছিল। তেওঁৰ ৰাজনীতিত প্ৰৱেশ কৰাত বহুটো প্ৰেছ, জনসাধৰণ তথা ৰাজনৈতিক দলসমূহে সমালোচনা কৰিছিল। তেওঁ ''আমেথি'' লোকসভা আসনৰ পৰা প্ৰথমবাৰৰ বাবে নিৰ্বাচনী প্ৰতিদ্বন্দিতাতপ্ৰতিদ্বন্দ্বিতাত নামিছিল। সেই নিৰ্বাচনত তেওঁ [[লোকদল]]ৰ নেতা [[শৰদ যাদৱ]]ক দুই লক্ষাধিকৰো অধিক ভোটত পৰাস্ত কৰিছিল।
 
[[উত্তৰ প্ৰদেশ]]ৰ ''আমেথি''ৰ পৰা ১৯৮১ চনৰ ফেব্ৰুৱাৰীত সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত, ৰাজীৱ গান্ধী তেওঁৰ মাতৃৰ এজন গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰামৰ্শক হৈ পৰিছিল। ইয়াৰ পৰাই বুজিব পাৰি যে, ৰাজীৱ গান্ধীক প্ৰধানমন্ত্ৰীৰ পদ যাঁচিবলৈ তেওঁৰ মাতৃ [[ইন্দিৰা গান্ধী]] উঠি-পৰি লাগিছিল। ইয়াৰ পাছতেই তেওঁ [[জাতীয় যুৱ কংগ্ৰেছ]] দলৰ সভাপতি হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰে।