ৱিকিমিডিয়া কমন্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

কৈও
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
24 নং শাৰী:
== ইতিহাস==
এই প্ৰকল্পটো ২০০৪ চনৰ মাৰ্চ মাহত এৰিক মল্লাৰ (Erik Möller) ’য়ে উত্থাপন কৰিছিল<ref name="Moller"/> আৰু ২০০৪ চনৰ ৭ ছেপ্তেম্বৰত মুক্তিলাভ কৰিছিল<ref name="LaunchMain"/><ref name="LaunchGolem"/>। এই প্ৰকল্পটো খোলাৰ আগলৈকে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত সকলো প্ৰকল্প আৰু ভাষাত এখন চিত্ৰকে
বাৰম্বাৰ আপল’ড কৰাৰ প্ৰয়োজন হৈছিল। এই প্ৰকল্প খোলাৰ পাছত এনেদৰে চাৰ্ভাৰত পৰা অতিৰিক্ত চাপসমূহ আঁতৰি যায়।
 
 
30 নং শাৰী:
<!--Given its primary function as a supporting project for the other Wikimedia web sites, the main content policy for files uploaded to Commons is that they must be potentially useful on any of the Wikimedia projects. This excludes material such as purely personal pictures and artwork, in contrast to image sharing repositories like [[Flickr]], [[Photobucket]] and [[DeviantArt]]. Nevertheless, large numbers of files hosted on Commons are not used directly on any Wikimedia project and likely never will be; as such, the project has grown into a repository of multimedia in its own right, which is frequently linked to from articles on Wikipedia and other Wikimedia websites to provide supplemental materials.-->
 
অধিকাংশ ৱিকিমিডিয়া প্ৰকল্প‍ই বৰ্তমানেও স্থানীয় আপল’ড প্ৰক্ৰিয়া চলাই আছে যিবোৰ ৱিকিমিডিয়া ফাউণ্ডেশ্যানৰ অন্যান্য প্ৰকল্প বা ভাষাত ব্যৱহাৰ কৰিব নোৱাৰি। কমন্সৰ [[কপিৰাইট]] নীতি অনুসৰি, [[:en:fair use|ভাল ব্যৱহাৰৰ]] বাবে আপল’ড কৰা সমলসমূহকো ৱিকিমিডিয়া কমন্সত অ-মুক্ত অনুজ্ঞাপত্ৰৰ (non-free licenses)ৰ অধীনত আপল’ড কৰা নিয়ম নাই, তেনেধৰণৰ আপল’ড কৰাৰ বাবে স্থানীয় ৱিকিয়েই একমাত্ৰ আধাৰ। কমন্সত আপল’ড কৰা ফাইলসমূহ মুক্ত (free content) হোৱাটো বাঞ্ছনীয়। কমন্সত ব্যৱহৃত সাধাৰণ অনুজ্ঞাপত্ৰসমূহ হৈছে জিএফডিএল {{enwiki|GFDL-GNU Free Documentation License}} অথবা ক্ৰিয়েটিভ কমন্সৰ {{enwiki|Creative Commons}} অনুজ্ঞাপত্ৰ<ref name="CCL"/>, অন্যান্য অনুজ্ঞাপত্ৰ সমূহ হৈছে মুক্ত সমল আৰু মুক্ত ছফ্টৱেৰ (free content and free software licenses) সমন্বিতে "পাব্লিক ডমেইন" {{enwiki|Public domain}}।
 
কমন্সৰ সততে ব্যৱহৃত (default) ভাষা হৈছে [[ইংৰাজী ভাষা|ইংৰাজী]], কিন্তু পঞ্জীভুক্ত সদস্যসকলে তেওঁলোকৰ পছন্দ অনুসৰি কিছুমান পৃষ্ঠা অনুবাদ কৰিব পাৰে, যেনে: নীতি নিৰ্দেশনা পৃষ্ঠা আৰু চ’ৰা। ইয়াৰ উপৰিও মিডিয়া ফাইলসমূহত নিজৰ ভাষাত ফাইলৰ বিৱৰণ দিবও পাৰে। <!--Files on Wikimedia Commons are categorized using MediaWiki's category system. In addition, they are often collected on individual topical gallery pages. While the project was originally proposed to also contain free text files, these continue to be hosted on a sister project, [[Wikisource]].-->
42 নং শাৰী:
 
== মানদণ্ড==
ছাইটটোত উন্নত মানৰ কাম বাচি উলিয়াবৰ বাবে তিনিটা পদ্ধতি অৱলম্বন কৰা হয়। ইয়াৰে এটা "[[:commons:Commons:Featured pictures|নিৰ্বাচিত ছবি]]", য’ত ছবিসমূহ সেই ছাইটৰ পঞ্জীভুক্ত সদস্যসকলে ভোটদান পৰ্বযোগে চিত্ৰ বাছনি কৰিব পাৰে। এই পদ্ধটিতোপদ্ধতিতো নৱেম্বৰ, ২০০৪ চনৰ পৰা আৰম্ভ কৰা হয়। আন প্ৰক্ৰিয়া দুটা হ’ল "[[:commons:Commons:Quality Images|উন্নত চিত্ৰসমূহ]]" আৰু আনটো "[[commons:Commons:Valued images|অমূল্য চিত্ৰসমূহ]]"।
 
এই ছাইটে বছৰটোৰ নিৰ্বাচিত চিত্ৰ প্ৰতিযোগিতা ২০০৬ চনৰ পৰা বৰ্তমানলৈকে নিয়মিত ভাৱে অনুষ্ঠিত কৰি আহিছে য’ত সদস্যৰ ভোটদানৰ যোগেদিয়েই চিত্ৰ নিৰ্বাচিত কৰা হয়।