ৱিকিতথ্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
15 নং শাৰী:
| alexa = {{nowrap|{{increase}} 18,037 {{smaller|({{as of|2014|10|8|alt=October 2014}})}}&thinsp;<ref name="alexa">{{cite web |url=http://www.alexa.com/siteinfo/Wikidata.org |title=Wikidata.org Site Info |publisher=[[Alexa Internet]] |accessdate=8 October 2014}}</ref><!--Updated monthly by OKBot-->}}
}}
'''ৱিকিতথ্য''' ৱিকিমিডিয়া ফাউণ্ডেচনৰ অধীনৰ ৱিকি পদ্ধতিৰে সম্পাদিত এক জ্ঞান ভিত্তি। ইয়াৰ লক্ষ্য [[ৱিকিপিডিয়া]] আদি ৱিকিমিডিয়া ফাউণ্ডেচনৰ প্ৰকল্পই ব্যৱহাৰ কৰিবলৈ একে তথ্য উৎস প্ৰদান কৰা, য'ত জন্মদিন আদিৰ তথ্য থাকে।<ref name="Wikidata Main Page archive"/><ref>http://www.wikimedia.de/wiki/Pressemitteilungen/PM_3_12_Wikidata_EN Data Revolution for Wikipedia date=March 30, 2012 ,Wikimedia Deutschland ,September 11, 2012 archiveurl=http://www.webcitation.org/6AbXpDAbW archivedate=September 11, 2012</ref> ৱিকিতথ্যৰ কাম [[ৱিকিমিডিয়া কমন্স|ৱিকিমিডিয়া কমন্সে]] সকলো ৱিকিমিডিয়া প্ৰকল্পৰ বাবে মিডিয়া ফাইল প্ৰদান কৰাৰ দৰেই। ৱিকিতথ্যক চলোৱা হয় ৱিকিবে'চ নামৰ এক চফ্টৱেৰৰ জড়িয়তে।জৰিয়তে।
 
==ধাৰণা==
23 নং শাৰী:
ৱিকিতথ্য এক নথি দিকদৰ্শিত তথ্য ভিত্তি, যি বস্তু কেন্দ্ৰিক। প্ৰতিটো বস্তুৱে এক বিষয়ক প্ৰতিনিধিত্ব কৰে (যেনে ৱিকিপিডিয়া চলাবলৈ এক প্ৰশাসনিক পৃষ্ঠা) আৰু এক অনন্য সংখ্যাৰে পৰিচিত, Q অনুসৰ্গৰ সৈতে-- উদাহৰণ স্বৰূপে "Politics" (ৰাজনীতি) বিষয়ৰ বস্তুটো হ'ল [[:d:Q7163|Q7163]]। ই কোনো বস্তুৱে কি বিষয় বুজাইছে তাক জানিবলৈ কোনো এক ভাষাৰ পক্ষ নোলোৱাকৈ অনুবাদ কৰাত সহায় কৰে।
 
বিবৃতি সৃষ্টি কৰি জ্ঞান যোগান ধৰা হয়। বিবৃতিবোৰ key-value বা চাবি-মূল্যৰ ৰূপত থাকে। অৰ্থাৎ প্ৰতিটো বিবৃতিৰ এক বিশেষত্ব (চাবি) আৰু চাবিৰ সৈতে সংযুক্ত এক মূল্য থাকে।
 
==বিকাশ==
প্ৰকল্পটো এলেন ইন্সটিটিউট অৱ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, গৰ্ডন এণ্ড বিটি মুৰে ফাউণ্ডেচন আৰু [[গুগল]]ৰ ১৩ লাখ ইউৰোৰ সহাৰিৰেসঁহাৰিৰে আৰম্ভ কৰা হৈছিল।<ref>{{cite news |title=Paul Allen Invests In A Massive Project To Make Wikipedia Better |first=Boonsri |last=Dickinson |url=http://articles.businessinsider.com/2012-03-30/tech/31259697_1_wikimedia-foundation-wikipedia-project |newspaper=Business Insider |date=March 30, 2012 |accessdate=September 11, 2012 |archiveurl=http://www.webcitation.org/6AbXqFps3 |archivedate=September 11, 2012 |deadurl=no}}</ref><ref>{{cite news |title=Wikipedia’s Next Big Thing: Wikidata, A Machine-Readable, User-Editable Database Funded By Google, Paul Allen And Others |first=Sarah |last=Perez |url=http://techcrunch.com/2012/03/30/wikipedias-next-big-thing-wikidata-a-machine-readable-user-editable-database-funded-by-google-paul-allen-and-others/ |newspaper=TechCrunch |date=March 30, 2012 |accessdate=September 11, 2012 |archiveurl=http://www.webcitation.org/6AbXqmANO |archivedate=September 11, 2012 |deadurl=no}}</ref>
 
প্ৰকল্পটো প্ৰাৰম্ভিক স্তৰত ৱিকিমিডিয়া ডেউৎস্লেণ্ডে চোৱা-চিতা কৰিছিল। কাম তিনিভাগত বিভক্ত হৈছিল--
"https://as.wikipedia.org/wiki/ৱিকিতথ্য"ৰ পৰা অনা হৈছে