ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
3 নং শাৰী:
 
==ৰাষ্ট্ৰসংঘৰ স্বীকৃত ভাষা==
[[ৰাষ্ট্ৰসংঘ]]ই ৬ টা৬টা ভাষাক চৰকাৰী ভাষাৰূপে স্বীকৃতি দিছে৷দিছে। সেইকেইটা হ'ল: [[আৰবী ভাষা|আৰবী]], [[মান্য চীনা ভাষা|চীনা]], [[ইংৰাজী ভাষা|ইংৰাজী]], [[ফৰাচী ভাষা|ফৰাচী]], [[ৰুছ ভাষা|ৰুছ]] আৰু [[স্পেনীছ ভাষা|স্পেনীছ]] ৰাষ্ট্ৰসংঘ গঠনৰ সময়তেই ইয়াৰে পাঁচটা ভাষাক নিৰ্বাচিত কৰা হৈছিল (ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলৰ দেশীয় ভাষাসমূহৰ লগতে স্পেনীছ ভাষাক) আৰবী ভাষাক ১৯৭৩ চনত যোগ কৰা হৈছিল৷হৈছিল। ৰাষ্ট্ৰসংঘৰ সচিবালয়ৰ কামকাজত ইংৰাজী আৰু ফৰাচী, এই দুটা ভাষাক ব্যৱহাৰ কৰা হয়৷হয়। ৰাষ্ট্ৰসংঘৰ কাৰ্য্যালয়ৰ স্বীকৃত ভাষাৰ সংখ্যা কমাব লাগে নে (উদাহৰণ স্বৰূপে, কেৱল ইংৰাজী) বঢ়াব লাগে তাক লৈ সঘনাই বিবাদ হৈ থাকে৷থাকে। ২০০১ চনত স্পেনীছ ভাষা অধ্যুষিত ৰাষ্ট্ৰসমূহে স্পেনীছ ভাষাই ইংৰাজী ভাষাৰ সমপৰ্য্যায়ৰ মৰ্য্যদা নোপোৱা বুলি অভিযোগ তুলিছিল৷তুলিছিল। [[হিন্দী ভাষা]]ক ৰাষ্ট্ৰসংঘৰ সপ্তম চৰকাৰী ভাষাৰূপে স্বীকৃতি দিব লাগে বুলিও দাবী তোলা হৈছে৷হৈছে। ইংৰাজী ভাষাৰ বাবে ৰাষ্ট্ৰসংঘই ব্ৰিটিছ ব্যৱহাৰ আৰু অক্সফ'ৰ্ডৰ দ্বাৰা অনুমোদিত মান্য বানানক অনুসৰণ কৰে৷কৰে।
 
==ভাৰতৰ ভাষা==
25 নং শাৰী:
 
==বৰ্ণ==
যি সঙ্কেতৰ দ্বাৰা একোটা ধ্বনি প্ৰকাশ কৰা যায়, তাকে বৰ্ণ বোলে। বৰ্ণৰ সমষ্টিয়েই বৰ্ণমালা। বৰ্ণ কৰ্ণেন্দ্ৰিয়বেদ্য। বৰ্ণৰ চাক্ষুষ ৰূপেই অক্ষৰ বা আখৰ। অৱশ্যে বৰ্ণ আৰু আখৰ দুয়োতাকে প্ৰায় একে অৰ্থত ব্যৱহাৰ কৰা দেখা যায়।
 
বৰ্ণঃ-
34 নং শাৰী:
 
আখৰঃ-
বৰ্ণৰ চাক্ষুষ ৰূপেই হল আখৰ।
 
==লগতে চাওক==
"https://as.wikipedia.org/wiki/ভাষা"ৰ পৰা অনা হৈছে