য়েমেন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
92 নং শাৰী:
== ভূগোল ==
[[File:Yemen Topography.png|thumb|য়েমেনৰ ভূ-সংস্থানিক মানচিত্ৰ]]
য়েমেন দক্ষিণ-পশ্চিম এছিয়াৰ আৰৱ উপদ্বীপৰ দক্ষিণ প্ৰান্তত ওমান আৰু চৌদি আৰৱৰ মাজত অৱস্থিত। দেশখন লোহিত সাগৰ ভাৰত মহাসাগৰক সংযোগকাৰী বাব-এল-মান্দেৰ প্ৰণালীৰ মুখত অৱস্থিত। লোহিত সাগৰৰ দক্ষিণ প্ৰান্তত অৱস্থিত পেৰিম দ্বীপ আৰু এডেন উপসাগৰত অৱস্থিত ছোকোত্ৰা দ্বীপক ধৰিলে য়েমেনৰ মুঠ আয়তন ৫,২৭,৯৭০ বৰ্গকিলোমিটাৰ। য়েমেনৰ স্থলসীমাৰ মুঠ দৈৰ্ঘ ১,৭৪৬ কিলোমিটাৰ। <ref name=cp>[http://lcweb2.loc.gov/frd/cs/profiles/Yemen.pdf Yemen country profile]. [[Library of Congress]][[Federal Research Division]] (December 2006). ''This article incorporates text from this source, which is in the [[public domain]].''</ref>
 
য়েমেন আৰৱ মালভূমিৰ দক্ষিণ প্ৰান্তত অৱস্থিত। দেশখন পৰ্বতময়, অভ্যন্তৰভাগ পশ্চিম, দক্ষিণ আৰু পূবত সৰু উপকূলীয় সমভূমি আৰু উত্তৰে চৌদি আৰৱৰ লগত সীমান্তত মৰুভূমিৰ দ্বাৰা বেষ্টিত। লোহিত সাগৰৰ উপকূলক আগুৰি প্ৰলম্বিত প্ৰায় ৪১৯ কিলোমিটাৰ দীঘল অৰ্ধ উষ্ণ উপকূলীয় সমভূমি তিহামাহ নামে পৰিচিত। অভ্যন্তৰভাগৰ পৰ্বত সমূহপৰ্বতসমূহ বিভিন্ন উচ্চতাৰ। সৰ্বোচ্চ পৰ্বত জাবাল আন নাবি ছোৱাইব সমুদ্ৰপৃষ্ঠৰ পৰা ৩,৭৬০ মিটাৰ উচ্চতাত অৱস্থিত। উচ্চভূমি সমূহৰ মাজেৰে কিছু কিছু ঠাইত নদী উপত্যকা বা মৰুদ্যান দেখা যায়। এইসমূহ গ্ৰীষ্মকালত শুষ্ক থাকে। য়েমেনৰ কোনো স্থায়ী নদী নাই। উত্তৰ আৰু পূবৰ মালভূমি আৰু মৰুভূমি উত্তপ্ত আৰু শুষ্ক। সেয়ে ইয়াত উদ্ভিদ আৰু জীৱৰ সংখ্যা অতি কম।
 
য়েমেন আৰৱ মালভূমিৰ দক্ষিণ প্ৰান্তত অৱস্থিত। দেশখন পৰ্বতময়, অভ্যন্তৰভাগ পশ্চিম, দক্ষিণ আৰু পূবত সৰু উপকূলীয় সমভূমি আৰু উত্তৰে চৌদি আৰৱৰ লগত সীমান্তত মৰুভূমিৰ দ্বাৰা বেষ্টিত। লোহিত সাগৰৰ উপকূলক আগুৰি প্ৰলম্বিত প্ৰায় ৪১৯ কিলোমিটাৰ দীঘল অৰ্ধ উষ্ণ উপকূলীয় সমভূমি তিহামাহ নামে পৰিচিত। অভ্যন্তৰভাগৰ পৰ্বত সমূহ বিভিন্ন উচ্চতাৰ। সৰ্বোচ্চ পৰ্বত জাবাল আন নাবি ছোৱাইব সমুদ্ৰপৃষ্ঠৰ পৰা ৩,৭৬০ মিটাৰ উচ্চতাত অৱস্থিত। উচ্চভূমি সমূহৰ মাজেৰে কিছু কিছু ঠাইত নদী উপত্যকা বা মৰুদ্যান দেখা যায়। এইসমূহ গ্ৰীষ্মকালত শুষ্ক থাকে। য়েমেনৰ কোনো স্থায়ী নদী নাই। উত্তৰ আৰু পূবৰ মালভূমি আৰু মৰুভূমি উত্তপ্ত আৰু শুষ্ক। সেয়ে ইয়াত উদ্ভিদ আৰু জীৱৰ সংখ্যা অতি কম।
== ভাষা ==
য়েমেনৰ ২ কোটি জনগণৰ বেদী ভাগেই [[আৰৱী ভাষা|য়েমেনী আৰৱী ভাষা]] ব্যৱহাৰ কৰে। দেশখনৰ দক্ষিণ-পূবত [[ওমান]] আৰু [[চৌদি আৰৱ| চৌদি আৰৱৰ]] লগত সীমান্তবৰ্তী এলাকাত মেহৰি নামৰ দক্ষিণী আৰৱী ভাষাৰ প্ৰচলন আছে। সাম্প্ৰতিক সময়ত [[ছুমালিয়া]]ৰ [[লোহিত সাগৰ|লোহিত সাগৰৰ]] উপকূলীয় অঞ্চল সমূহৰ অধিবাসী ছুমালি সম্প্ৰদায়ৰ ছুমালি ভাষাৰ প্ৰচলন আছে। য়েমেনপাহাৰীয়া ৰুক্ষ অঞ্চল বাবে ই প্ৰায় বিচ্ছিন্ন অঞ্চলৰ সদৃশ। সেয়ে ইয়াত প্ৰচলিত আৰৱী ভাষাত বিচিত্ৰতাৰ পৰিমাণ বেছি আৰু প্ৰাচীন আৰৱীৰ বিভিন্ন বৈশিষ্ট্য সংৰক্ষিত হৈ আছে।
"https://as.wikipedia.org/wiki/য়েমেন"ৰ পৰা অনা হৈছে