চৰ্বী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অনুবাদ শুদ্ধিকৰণ টেগ/ব-ৱ/বাংলা শব্দচয়ন
Fixed typos
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
{{শেহতীয়া অনুবাদ}}
[[কার্বোহাইড্রেটকার্ব'হাইড্রেট]] আৰু [[মাংসসাৰ|প্রোটিনপ্র'টিন]]ৰ লগতে তিনিটা প্রধান [[মাক্রোনিউট্রিয়েন্টমাইক্র'নিউট্রিয়েন্ট]]ৰ মাজত এটা হ'ল চৰ্বী।'''চৰ্বী'''। ফেট [[অণু]]বিলাকত প্রাথমিকভাবে [[কাৰ্বন|কার্বন]] আৰু [[হাইড্রোজেন]] [[পৰমাণু]] থাকে আৰু ই হাইড্রোফোবিকহাইড্র'ফ'বিক হয় মানেঅৰ্থাৎ ই [[জৈবজৈৱ]] দ্রাবকতদ্রাৱকত দ্রবণীয়দ্রৱণীয় আৰু পানীত অদ্রবণীয়।অদ্রৱণীয়। উদাহৰণ হিচাপে [[কোলেস্টেৰলকলেষ্টেৰল]], [[ফচফোলিপিডফচফ'লিপিড]] আৰু [[ট্রাইগ্লিচাৰাইড]]।
 
চৰ্বীক লিপিদ, চৰ্বী আৰু [[তেল]] বুলি কোৱা হয় যদিও লিপিড হ'ল সাধাৰণ শব্দ, যদিও লিপিড বোৰ ট্রাইগ্লিসাৰাইডট্রাইগ্লিচাৰাইড নহয়। তেল সাধাৰণতে সম্পৃক্তসংপৃক্ত বা অসম্পৃক্তঅসংপৃক্ত [[ফেটি এচিদ]] চেইনযুক্ত লিপিডকে বুজায় যি সাধাৰনসাধাৰণ তাপমাত্রাত তৰল অবস্থাত থাকে।
 
চৰ্বী বেচিভাগ [[হেটাৰোট্রফ]]ৰ [[খাদ্য]]ৰ এটি প্রয়োজনীয় অংশ আৰু ই আটাইতকৈ বেচি শক্তি ভৰা, আৰু [[শক্তি]] সঞ্চয়ৰ আটাইতকৈ কার্যকৰী ৰুপ।
 
মানব পুষ্টিত দুটি প্রয়োজনীয় ফেটি এচিদ (ইএফএ) হলহ'ল: আলফা-লিনোলেনিক এচিদ ([[:en:Omega-3_fatty_acid|ওমেগা -3 ফ্যাটিফেটি অ্যাসিডএচিদ]]) এবংতথা লিনোলেইক এচিদ ([[:en:Omega-6_fatty_acid|ওমেগা -6 ফেটি এচিদ]]) শৰীৰৰ প্রয়োজনীয় অন্যান্য ফেটি এচিদ বোৰ এইবোৰ আৰু অন্যান্য চর্বিৰ পৰ সংশ্লেষন কৰা যায়। চর্বি আৰু অন্যান্য লিপিডবিলাক অগ্ন্যাশয়ত উত্পাদিতউৎপাদিত লাইপেজ নামৰ এনজাইমৰ দ্বাৰা দেহত ভাঙীভাঙি যায়।
 
[[সম্পৃক্তসংপৃক্ত চৰ্বী]] হলহ'ল যি চর্বিতচর্বীত শৃঙ্খলৰশৃংখলৰ কার্বনৰ মাজত কোনো ডাবল বন্ধনদ্বি-বন্ধনী নাথাকে। উদাহৰণ হিচাপে মাখন, ঘী, দালদা আদি।
 
আনহাতে [[অসম্পৃক্তঅসংপৃক্ত চৰ্বী]]ৰ শৃঙ্খলতশৃংখলত এক বা একাধিক ডাবল বন্ধনযুক্তদ্বি-বন্ধনীযুক্ত কার্বন থাকে। উদাহৰণ হিচাপে মিঠাতেল, বাদাম তেল, ৰীফাইন তেল আদি। ইয়াৰ দুটা ভাগ হল চিচ চৰ্বী আৰু ট্ৰান্স চৰ্বী।
 
কিছু তেল আৰু চর্বীত একাধিক ডাবল বন্ধনদ্বি-বন্ধনী থাকে আৰু ইয়াক [[বহু-সম্পৃক্তসংপৃক্ত চৰ্বী]] বলে।বোলে। উদাহৰণ হিচাপে আলফা-লিনোলেনিক এচিদ, লিনোলেইক এচিদ আদি।
"https://as.wikipedia.org/wiki/চৰ্বী"ৰ পৰা অনা হৈছে