দূৰদৰ্শন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{about|দৃশ্য-শ্ৰব্য যন্ত্ৰটো|ভাৰতীয় ৰাজহুৱা ছেনেল|দূৰদৰ্শন (ছেনেল)}}
[[File:Family watching television 1958.jpg|thumb|200px|এক আমেৰিকান পৰিয়ালে দূৰদৰ্শন চাই থকাৰ ১৯৫৮ চনৰ ছবি]]
'''দূৰদৰ্শন''' বা '''টিভি''' (ইংৰাজীত Telivision/TV/Telly/Tube টেলিভিজন/টিভি/টেলি/ট্যুব) এটি মাধ্যম যাৰ জড়িয়তেজৰিয়তে শব্দ আৰু লৰচৰ কৰা ছবি পঠিয়াব পাৰি। ই ক'লা-বগা, ৰঙীন বা ত্ৰিমাত্ৰিক হ'ব পাৰে। দূৰদৰ্শন এটি জনমাধ্যম, মনোৰঞ্জন, শিক্ষা, বাতৰি তথা বিজ্ঞাপন প্ৰচাৰ কৰিবলৈ।
 
==নামকৰণ==
==নামাকৰণ==
দূৰদৰ্শন শব্দটো "দূৰ" আৰু "দৰ্শন" শব্দৰে গঠিত। অসমীয়াৰ দৰেই ইংৰাজী টেলিভিজন শব্দ প্ৰাচীন গ্ৰীক শব্দ টেলি, যাৰ অৰ্থ দূৰ আৰু ভিজন, যাৰ অৰ্থ দৰ্শনেৰে গঠিত।
 
==সামাজিক প্ৰভাৱ==
দূৰদৰ্শনৰ সামাজিক প্ৰভাৱ বৃহৎ, তাৰ মাজত সংবাদ মাধ্যমৰ হিংসাৰ দৰে কু-প্ৰভাৱো আছে। নতুন গৱেষণাই দেখুৱা মতে অকলশৰীয়া লোকে দূৰদৰ্শনৰ চৰিত্ৰসমূহকে সংগী মানি মনৰ অকলশৰীয়াভাব আঁতৰাব পাৰে, এনে কৰাক পেৰাচ'ছিয়েল বা ফক্স ৰিলেছন্সিপ (Parasocial/faux relationship) বোলে।<ref name="scientificamerican.com">Butler, Fionnuala, Cynthia Pickett. "Imaginary Friends." Scientific American. Scientific American Magazine. 28 July 2009. Web. 26 Mar. 2010. http://www.scientificamerican.com/article.cfm?id=imaginary-friends</ref> গৱেষণাই এই কথাও দেখুৱাইছে যে [[শৈক্ষিক দূৰদৰ্শন]]ৰ বহুতো সুবিধা আছে।<ref name="good-things-about-tv">[http://www.media-awareness.ca/english/parents/television/good_things_tv.cfm Media Awareness Network, "The Good Things About Television"]</ref><ref>[http://www.media-awareness.ca/english/corporate/about_us/index.cfm Media Awareness Network]</ref>
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/দূৰদৰ্শন"ৰ পৰা অনা হৈছে