মণিৰাম দেৱান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

মনিৰাম দেৱানৰ এখন গুৰুত্বপূৰ্ণ ফটো আপল'ড কৰা হ'ল।
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
2 নং শাৰী:
{{About|স্বাধীনতা সংগ্ৰামীজন| একে নামৰ ১৯৬৪ চনত মুক্তি লাভ কৰা অসমীয়া চলচ্চিত্ৰখন|মণিৰাম দেৱান (১৯৬৪ চলচ্চিত্ৰ)}}
{{Infobox person
| name = মণিৰাম দেৱান
| image = মণিৰাম.jpg
| image_size = 220px
| caption =
| birth_name = মণিৰাম দত্ত বৰুৱা
| birth_date = {{Birth date|1806|04|17}}
| birth_place = চাৰিং, [[শিৱসাগৰ জিলা|শিৱসাগৰ]], [[অসম]]
| death_date = {{Death date and age|1858|02|26|1806|04|06}}
| death_place = [[যোৰহাট]], অসম
| death_cause = ফাঁচী
| other_names = মণিৰাম বৰভাণ্ডাৰ বৰুৱা, মণিৰাম দেৱান
| occupation = [[দেৱান]], চাহ খেতিয়ক
| organization = আচাম টি কোম্পানী
| known_for = [[Indian Rebellion of 1857|১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ]], [[অসমৰ চাহ উদ্যোগ|অসমৰ চাহ খেতিৰ উদ্ভাৱক]]
| notable_works = ''বুৰঞ্জী বিবেক ৰত্ন'' (১৮৩৮)
| criminal_charge = অসমৰ বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ পৰিকল্পনা কৰা<ref name="Arun1993">{{cite book | author=Arun Bhattacharjee | title=Assam in Indian Independence | url=http://books.google.com/books?id=hTgxJ9Izl4UC&pg=PA13 | accessdate=22 April 2012 | year=1993 | publisher=Mittal Publications | isbn=978-81-7099-476-3 | page=13}}</ref>
| criminal_penalty = ফাঁচী দি মৃত্যু
}}
'''মণিৰাম দেৱান''' ({{lang-en|Maniram Dewan}}) উনৈশ শতিকাৰ [[অসম]]ৰ সমাজ জীৱনৰ প্ৰভাৱশালী ব্যক্তি আছিল। তেওঁৰ জন্ম হয় ১৮০৬ চনত [[শিৱসাগৰ জিলা]]ৰ চাৰিংত। তেওঁৰ পিতাকৰ নাম '''মুক্তিয়াৰ ৰামদত্ত''' আৰু মাকৰ নাম '''কৌশল্যা''' আছিল৷আছিল।
 
==কৰ্মজীৱন==
১৮২৮ চনত [[উজনি অসম]]ৰ পলিটিকেল এজেণ্ট কেপ্টেইন নিউভিলে ইংৰাজৰ অধীনত মণিৰামক ৰেভিনিউ চিৰস্তাদাৰ আৰু তহছিলদাৰ বাব দিয়ে।<ref name="Hazarika1987">{{cite book | author=Bijay Bhushan Hazarika | title=Political life in Assam during the nineteenth century | year=1987 | publisher=Gian Pub. House | isbn=978-81-212-0069-1 | page = 351-360}}</ref> ১৮৩৩ চনৰ পৰা ১৮৩৭ চনলৈকে বৃটিছৰ কৰতলীয়া ৰজা [[পুৰন্দৰ সিংহ]]ৰ অধীনত বৰভাণ্ডাৰ বৰুৱা বাব পাইছিল। পুৰন্দৰ সিংহই ৰাজ্য হেৰুৱাৰ পাছত মাহে ৫০ টকাৰ বেতনত এতিয়াৰ (২০১২ চন) শিৱসাগৰ জিলাৰ চেৰেকাপাৰ, কোঁৱৰপুৰ আৰু মেটেকা মৌজাৰ মৌজাদাৰ হয়। ১৮৩৯ চনত মৌজাদাৰৰ কাম ইস্তফা দি বৃটিছৰ [[আচাম টি কোম্পানী]]ত দেৱান পদ গ্ৰহণ কৰে। ১৮৪৫ চনত কোম্পানীৰ চাকৰি এৰি এতিয়াৰ (২০১২চন) যোৰহাট জিলাৰ চেনিমৰাত আৰু শিৱসাগৰ জিলাৰ চিংলৌত নিজাকৈ দুখন চাহবাগান আৰম্ভ কৰে।
 
১৮৫২ চনত পুৰন্দৰ সিংহৰ পুতেক চাৰিংৰজা [[কামেশ্বৰ সিংহ]]ৰ মৃত্যু হোৱাত তেখেতৰ নাবালক পুত্ৰ [[কন্দৰ্পেশ্বৰ সিংহ]] চাৰিংৰজা হয়। নাবালক ৰজাৰ হৈ মণিৰামে সেই সময়ত চাৰিংৰাজ্য পৰিচালনা কৰিছিল। ১৮৫৭চনৰ শেহৰফালে মণিৰাম দেৱানে চাৰিংৰজা কন্দৰ্পেশ্বৰ সিংহক সমগ্ৰ উজনি অসমৰ ৰজা পাতিবলৈ বৃটিছক অনুৰোধ কৰাৰ ঊদ্দশ্যে তেতিয়াৰ বৃটিছ-ভাৰতৰ ৰাজধানী কলিকতালৈ যায়।<ref>{{cite news | url = http://www.assamtribune.com/scripts/details.asp?id=feb2609/edit3 | title = Martyrdom of Maniram Dewan | author = HK Goswami | publisher = The Assam Tribune | date = 2009-02-29 | accessdate = 2012-04-21 }}</ref> সেই সময়তে ভাৰতত চলি থকা [[ চিপাহী বিদ্ৰোহৰ ]] কথা জানিব পাৰি বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিবলৈ সাজু হবৰ বাবে [[কলিকতা]]ৰ পৰাই কন্দপেৰ্শ্বৰ সিংহলৈ এখন পত্ৰ প্ৰেৰণ কৰে। সেই পত্ৰখন বৃটিছৰ আৰক্ষী বিষয়া [[ হৰনাথ দাৰোগা]]ৰ হাতত পৰে। হৰনাথে সেইখন শিৱসাগৰ জিলাৰ জিলাধিপতি হলউদক দিয়ে। চিঠিখনৰ দ্বাৰাই মণিৰাম দেৱানে বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ পৰিকল্পনা কৰা বুলি সন্দেহ কৰাত তেওঁক তেতিয়াই কলিকতাত বন্দী কৰে আৰু যোৰহাটলৈ আনি বিচাৰ কৰি ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাট নগৰৰ মাজ-মজিয়াত মুকলিকৈ জনচক্ষুৰ আগত ফাঁচী দিয়ে।
 
==সাহিত্যিক কৰ্মৰাজী==
মণিৰাম দেৱানে ফাৰ্চী-বাংলা মিশ্ৰিত [[অসমীয়া ভাষা]]ত "বুৰঞ্জী বিবেক ৰত্ন" নামৰ এখন পুথি ৰচনা কৰিছিল। কলিকতাৰ “সমাচাৰ দৰ্পণ”ত প্ৰৱন্ধপ্ৰবন্ধ পাতি লিখিছিল। সাধাৰণ মানুহে তেখেতক "কলিতা-ৰজা" নাম দিছিল।
[[চিত্ৰ:মণিৰাম_দেৱান.jpg|thumb|মণিৰাম দেৱানৰ ফটো]]
 
35 নং শাৰী:
 
==সহায়ক গ্ৰন্থপঞ্জী==
# অসমৰ বুৰঞ্জী - লেখক: পদ্মনাথ গোহাঞিবৰুৱা।
# বেলিমাৰ গ'ল - লেখক: ড°ড॰ লীলা গগৈ।
# অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস - লেখক: ড°ড॰ প্ৰফুল্ল মহন্ত।
# ইতিহাসে সোঁৱৰা ছশটা বছৰ - লেখক: সৰ্বানন্দ ৰাজকুমাৰ।
# অসমীয়া জীৱনী অভিধান - লেখক: শিৱনাথ বৰ্মন।
 
==তথ্য সংগ্ৰহ==
45 নং শাৰী:
 
==বাহ্যিক সংযোগ==
* [http://assameseonline.com/full_text.php?recordID=94 দেৱানৰ ফাঁচী], লিখক: [[বেণুধৰ শৰ্মা]], আসামীছ অনলাইন ডট কম, আহৰণ: ২৮ মাৰ্চ, ২০১৩।
 
{{অসমৰ প্ৰসিদ্ধ ব্যক্তি}}