হেমচন্দ্ৰ বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{about|সাহিত্যিক, হেমকোষ অভিধানত প্ৰণেতাজন|অসমৰ স্বাধীনতা সংগ্ৰামীজনৰ বিষয়ে চাব|হেমচন্দ্ৰ বৰুৱা (ত্যাগবীৰ)}}
{{infobox writer
| name = হেমচন্দ্ৰ বৰুৱা
| image = Hemchandra Barua.gif
| birth_date = ১৭ ব'হাগ ১৮৩৫ চন <ref name=হেমচন্দ্ৰ বৰুৱা>{{cite web| url=https://prathamkhabar.com/2017/12/%E0%A6%AD%E0%A6%BE%E0%A6%B7%E0%A6%BE%E0%A7%B0-%E0%A6%93%E0%A6%9C%E0%A6%BE-%E0%A6%B9%E0%A7%87%E0%A6%AE%E0%A6%9A%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0-%E0%A6%AC%E0%A7%B0%E0%A7%81%E0%A7%B1/|title=ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু দিৱস| accessdate=39 April 2020|}}</ref>
| birth_place = [[যোৰহাট জিলা|যোৰহাট]]
| death_date = ২৪ আঘোণ ১৮৯৬ চন
| nationality = [[ভাৰত|ভাৰতীয়]]
| education =
| religion = [[হিন্দু ধৰ্ম]]
}}
'''হেমচন্দ্ৰ বৰুৱা''' ({{lang-en|Hemchandra Barua}}) (১৮৩৫-১৮৯৬) [[অসমীয়া ভাষা]]-[[অসমীয় সাহিত্য|সাহিত্য]]ৰ এজন একনিষ্ঠ সেৱক৷সেৱক।<ref>http://onlinesivasagar.com/literature/hemchandra-barua.html অনলাইন শিৱসাগৰ ৱেবছাইটত উল্লেখিতউল্লিখিত তথ্য</ref> '''অসমীয়া ভাষাৰ ওজা''' নামেৰে সম্বোধিত হেমচন্দ্ৰ বৰুৱা, [[হেমকোষ]] [[অভিধান|অভিধানৰ]] প্ৰণেতা৷ প্ৰণেতা। তেওঁৰ মৃত্যুৰ পিছত ১৯০০ চনত [[হেমকোষ]] প্ৰকাশিত হয়৷হয়।<ref name="হেমচন্দ্ৰ বৰুৱা">{{cite book | title=অসমীয়া ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা | publisher=অকণিৰ সাহিত্য সভা | author=নবীন চন্দ্ৰ লহকৰ | year=২০১২ | pages=৩}}</ref>
 
==জন্ম==
১৮৩৫ চনৰ ১০ ডিচেম্বৰত (১৭৫৭ শকৰ ২৪ আঘোন) [[অসম|অসমৰ]] [[যোৰহাট জিলা|যোৰহাট জিলাৰ]] ৰজা-বাহৰ গাঁৱত জন্ম হৈছিল৷হৈছিল।
তেওঁৰ পিতৃৰ নাম আছিল '''মুক্তাৰাম বৰুৱা''' আৰু মাতৃৰ নাম আছিল '''ৰূপহী দেৱী''' মুক্তাৰাম বৰুৱাৰ তিনিজন পুত্ৰ আৰু এজনী পুত্ৰী সন্তান আছিল৷আছিল। হেমচন্দ্ৰ বৰুৱা মুক্তাৰাম বৰুৱাৰ জেষ্ঠ সন্তান আছিল৷আছিল।<ref name="অসমীয়া প্ৰতিদিন (এনাজৰী)">{{cite book | title=ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা | author=গগণ চন্দ্ৰ অধিকাৰী | year=১০ ডিচেম্বৰ, ২০১১ (শণিবাৰ) | pages=৪}}</ref>
 
==শিক্ষাৰম্ভ তথা প্ৰাকযৌৱন==
হেমচন্দ্ৰ বৰুৱাৰ বিদ্যাৰম্ভ হৈছিল ৯ বছৰ বয়সত৷বয়সত। দেউতাকে তেওঁক বৰ্ণমালা নিশিকোৱাকৈয়ে শব্দৰ আখৰ জোটনি শিকাইছিল আৰু তাৰ লগে লগে [[ব্যাকৰণ|ব্যাকৰণো]] পঢ়ুৱাইছিল৷ পঢ়ুৱাইছিল। ব্যাকৰণৰ সন্ধিলৈকে শিকাৰ পাছতেই তেখেতে সেই শিক্ষাৰ অন্ত পৰে, কাৰণ সেইসময়তে তেওঁলোকৰ গাঁওখনত জহনী ৰোগে মহামাৰী ৰূপ ধাৰণ কৰাত পিতাকে গাঁৱৰ ৰোগীসকলৰ চিকিত্সাত দিনে ৰাতিয়ে ব্যস্ত হৈ থাকি শেষত নিজেই সেই ৰোগত আক্ৰান্ত হৈ ইহলীলা সম্বৰণ কৰে৷কৰে।<ref>http://www.iitg.ernet.in/rcilts/phaseI/hem_b.html RCILTS, IIT, Guwahati ত হেমচন্দ্ৰ বৰুৱাৰ বিষয়ে থকা তথ্য</ref> ফলত তেওঁ [[শিৱসাগৰ]]লৈ গৈ খুৰাক '''লক্ষ্মীৰাম বৰুৱা'''ৰ ঘৰত থাকিবলগীয়া হয়৷হয়। কিছুদিন পাছত লক্ষ্মীৰাম বৰুৱাই তেওঁক শিৱসাগৰ কাছাৰীত সুমুৱাই দিয়ে। তেতিয়া তেওঁ বেতন পাইছিল মাহে চাৰি [[টকা]]<ref name="অসমীয়া প্ৰতিদিন (এনাজৰী)"/> য'ত তেও কেপ্তেইন ব্ৰডীৰ সংস্পশলৈ আহে,যি সেই সময়ৰ শিৱসাগৰৰ ডেপুটী কমিচনাৰ আছিলআছিল। ।কেপ্তেইনকেপ্তেইন ব্ৰডীয়ে আৰু খ্ৰীষ্টান মিছনাৰীসকলৰ সহায়ত তেওঁক ইংৰাজী ভাষা আৰু সংস্কৃতিৰ জ্ঞান দিছিলদিছিল।
 
নানান প্ৰতিকূল পৰিস্থিতিক প্ৰত্যাহ্বান জনাই তেখেতে [[সংস্কৃত]], [[হিন্দী]] আৰু [[ইংৰাজী ভাষা]]ৰ জ্ঞান আহৰণ কৰিছিল৷কৰিছিল।
 
==বিবাহ==
১৮৫২ চনত তেখেতে [[বিবাহ|বিয়া]] কৰাইছিল৷কৰাইছিল। এবছৰৰ পাছতে এজনী কন্যা সন্তান জন্ম লাভ কৰে৷কৰে। জীয়েকৰ নাম '''পদ্মাৱতী '''ৰাখিছিল৷ৰাখিছিল। বিয়াৰ মাত্ৰ দুবছৰ পাছতেই তেখেতৰ পত্নীয়ে অকাল মৃত্যুক সাৱটি লয়৷লয়।<ref name="অসমীয়া প্ৰতিদিন (এনাজৰী)"/>
 
==কৰ্ম জীৱন==
# [[গোলাঘাট|গোলাঘাটৰ]] ৰাজহ বিভাগৰ পেচকাৰ পদত ৬ মাহৰ বাবে যোগদান৷যোগদান।
# শিৱসাগৰ ইংৰাজী স্কুলত কিছুদিন শিক্ষা প্ৰদান৷প্ৰদান।
# পুনৰ ৰাজহ বিভাগৰ চাকৰিত যোগদান। (১৮৬২ চনলৈকে)
# [[গুৱাহাটী|গুৱাহাটীত]] ন্যায়িক আদালতৰ ভাষা অনুবাদক (কাকতী) হিচাপে যোগদান৷যোগদান।
# অধীক্ষক (চুপাৰিণ্টেডেণ্ট) পদলৈ পদোন্নতি লাভ৷লাভ।
# [[কামৰূপ|কামৰূপৰ]] উপায়ুক্ত কাৰ্যালয়ত এবছৰ অনুবাদক পদত যোগদান৷যোগদান।
# ন্যায়িক আয়ুক্ত চাহাবৰ কাৰ্যালয়ত পুণৰপুনৰ যোগদান। যোগদান৷
# কিছুকাল 'আছাম নিউজ' কাকতৰ সম্পাদক৷সম্পাদক।
 
এইবোৰৰ উপৰিও তেখেতে অসমত মিশ্যেনেৰী সকলৰ দ্বাৰা প্ৰকাশিত [[অৰুণোদ‍ই সংবাদ পত্ৰ]]ৰ লগতো জড়িত হৈ আছিল৷আছিল। ১৮৯৬ চন(১৮১৮ শক)ৰ ১৭ ব'হাগ তাৰিখে তেখেতৰ মৃত্যু হয়৷হয়।
 
==প্ৰকাশিত পুথি==
* [[অসমীয়া ব্যাকৰণ]], ১৮৫৯ চনত প্ৰকাশ পায়৷পায়।<ref name="অসমীয়া প্ৰতিদিন (এনাজৰী)"/>
* [[অসমীয়া ল’ৰাৰ ব্যাকৰণ]]
* [[তুলনামূলক ব্যাকৰণ]]
* [[অসমীয়া ল'ৰাৰ আদিপাঠ]]
* [[পাঠ-মালা]], এই পাঠ্যপুথিখন ১৮৮২ চনত ৰচনা কৰিছিল৷কৰিছিল।<ref name="অসমীয়া প্ৰতিদিন (এনাজৰী)"/>
* [[স্বাস্থ্য ৰক্ষা বা গা ভালে ৰাখিবৰ উপায়]],
* [[কানীয়াৰ কীৰ্ত্তন]]
* [[বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰী]]
* [[আছামিজ মেৰেজ ছিষ্টেম]]<ref name="হেমচন্দ্ৰ বৰুৱা" />
* [[অসমীয়া হেমকোষ]], এই অভিধানখন ১৯০০ চনত প্ৰকাশ পায়৷পায়।<ref name="অসমীয়া প্ৰতিদিন (এনাজৰী)"/>
 
==তথ্য সংগ্ৰহ==
52 নং শাৰী:
 
===বাহ্যিক সংযোগ===
* [[কানীয়াৰ কীৰ্ত্তন]], ৱিকিউৎসত থকা গ্ৰন্থ।
* [http://www.indiaheritage.org/history/history_assam.htm indiaheritage.org]