খগেন মহন্ত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{Infobox musical artist
| bgcolour = lightgray
| name = খগেন মহন্ত
| alias = বিহু সম্ৰাট
| image =
| image_size = 220px
| caption =
| birth_date = ১৭ আগষ্ট, ১৯৪২ চন
| background =
| birth_place = [[নগাঁও জিলা]]ৰ জাজৰি বগৰিগুৰি
| spouse = [[অৰ্চনা মহন্ত]]
| partner =
| children = [[অংগৰাগ মহন্ত]]
| parents = হৰেন্দ্ৰ নাথ মহন্ত, লক্ষ্মীপ্ৰিয়া দেৱী<ref name="assamtimes">{{cite web | url=http://www.assamtimes.org/node/11086 | title=Khagen Mahanta no more | publisher=assamtimes | date=Thu, 12/06/2014 | accessdate=12 জুন 2014 | author=AT News}}</ref>
| death_date = ১২ জুন, ২০১৪ চন (৭২ বছৰ)
|origin = [[অসম]], [[ভাৰত]]
| genre = আধুনিক, লোক-সংগীত
| occupation = কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ
| instrument =
| nationality = ভাৰতীয় {{flagicon|IND}}
| label = বিভিন্ন
| awards = ফিল্মক্ৰাফট বঁটা (Film Craft Award, ১৯৮৮) <br> সংগীত নাটক একাডেমী ([[:en: Sangeet Natak Academy| Sangeet Natak Academy]], ১৯৯২) <br> শ্ৰীময় বঁটা (Shrimoy Award, ১৯৯৪) <br> সংগীতাচাৰ্য (Sangeetacharya, ১৯৯৯) <br>
| associated_acts =
| website =
}}
 
'''খগেন মহন্ত''' ({{lang-en|KhagenMahanta}}, জন্ম:১৭ আগষ্ট, ১৯৪২ - মৃত্যু: ১২ জুন, ২০১৪) [[অসম]]ৰ এগৰাকী গায়ক, সুৰকাৰ আৰু গীতিকাৰ। অসমীয়া থলুৱা গীত-পদৰ স্বকীয়তা নষ্ট নকৰাকৈ তেওঁ লোকসংগীতৰ ভেটিতে বহু কালজয়ী গীত বা গীতৰ সুৰ সৃষ্টি কৰিছে। অসমৰ অন্যতম লোকসংগীত [[বিহু]]ৰ পৰিৱেশনৰ ক্ষেত্ৰত থকা অন্যৱদ্য দক্ষতাৰ বাবে তেওঁক '''King of Bihu'''<ref name=vedanti>http://www.vedanti.com/Legends/khagen_mahanta.htm</ref> বা বিহু সম্ৰাট বুলি কোৱা হয়। স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছতেই খগেন মহন্ত সংগীত সাধনাত ব্ৰতী হৈছিল। তেওঁ বিহুগীতক জনপ্ৰিয় কৰাত অপ্ৰতিদ্বন্দ্বীঅপ্ৰতিদ্বন্দ্ব্বী ভূমিকা লৈছিল। লোকগীতৰ সম্ৰাটজন ফিল্ম ক্ৰাফট এৱাৰ্ড, সংগীত নাটক একাডেমি বঁটা, সংগীতাচাৰ্য বঁটা আদিৰে সন্মানিত।<ref name=" দৈনিক জনমভূমি ">{{cite journal | title= ৭২ত ভৰি দিলে বিহু সম্ৰাট, গণ শিল্পী খগেন মহন্তই | author= দেৱজিত শৰ্মা, গুৱাহাটী | journal=দৈনিক জনমভূমি, যোৰহাট | year= ১৮ আগষ্ট, ২০১৩ | month= (১ ভাদ, ১৯৩৫ শক) | pages= দহ পৃষ্ঠা}}</ref><ref name="ibnlive.in.">{{cite web | url=http://ibnlive.in.com/news/assams-popular-folk-singer-khagen-mahanta-dead/478642-3-251.html | title=Assam's popular folk singer Khagen Mahanta dead | publisher=ibnlive.in.com | date=Jun 12, 2014 | accessdate=12 জুন 2014 | author=Press Trust of India}}</ref>
 
==শৈশৱ ==
[[File:Khagen Mahanta & Family.gif|thumb|<center>খগেন মহন্ত আৰু পৰিয়াল<center>]]
১৯৪২ চনৰ ১৭ আগষ্ট (শাওন-ভাদৰ সংক্ৰান্তি তিথি)ত [[নগাঁও জিলা]]ৰ জাজৰি বগৰিগুৰি আমতলা গজলা সত্ৰৰ সত্ৰাধিকাৰৰ গৃহত তেওঁৰ জন্ম হৈছিল।<ref name="no more">{{cite web | url=http://www.newstimeassam.co.in/newsupdates/index.php?aID=1282#.U5nOYPmSxvA | title=King of Bihu’ Khagen Mahanta no more | publisher=news time assam | date=June 12th, 2014 | accessdate=12 জুন 2014}}</ref> পিতৃ প্ৰয়াত হৰেন্দ্ৰনাথ মহন্ত আৰু মাতৃ প্ৰয়াত লক্ষ্মীপ্ৰিয়া দেৱী। তেওঁ শৈশৱতে পিতৃৰ পৰাই নাম-কীৰ্তন, প্ৰসংগ, গায়ন-বায়ন আৰু সত্ৰীয়া নৃত্যকলা আয়ত্বআয়ত্ত কৰিবলৈ সক্ষম হৈছিল। [[সত্ৰীয়া নৃত্য]]ৰ লগতে খোলবাদ্যতো তেওঁ বিশেষ পাৰদৰ্শিতা দেখুৱাব পাৰিছিল।<ref name=dainik></ref>
 
==কৰ্মজীৱন==
36 নং শাৰী:
 
==ব্যক্তিগত জীৱন==
খগেন মহন্ত ১৯৬৫ চনত [[অৰ্চনা মহন্ত]]ৰ লগত বিবাহপাশত আৱদ্ধ হয়। তেওঁৰ পুত্ৰ [[অংগৰাগ মহন্ত]]ও বৰ্তমান পিতৃৰ আদৰ্শৰে অসমীয়া সংগীতজগতক উজ্জ্বলাই তুলিছে।
 
==মৃত্যু==
43 নং শাৰী:
==সংগীত জগতলৈ অৱদান==
[[File:Khagen & Archana.jpg|thumb|<center>খগেন মহন্ত আৰু অৰ্চনা মহন্ত<center>]]
১৯৬০ চনৰ [[অসমৰ ভাষা আন্দোলন]]ৰ সময়ত [[বিষ্ণুপ্ৰসাদ ৰাভা]], [[হেমাঙ্গ বিশ্বাস]] আৰু [[যুগল দাস]]ৰ দ্বাৰা নিৰ্মাননিৰ্মাণ কৰা হাৰ্মনি দল (Harmony Group)-ৰ এজন সক্ৰিয় সদস্য হৈ তেওঁ গোটেই অসমত শান্তিৰ হকে গীত পৰিৱেশন কৰিছিল।<ref name="no more" /><ref name=vedanti></ref> অসমীয়া সংগীত জগতৰ যুগজয়ী অথবা কালজয়ী অথবা চিৰসেউজ গীতসমূহৰ ভিতৰৰ '''কাউৰী পৰে, কলৰে পাততে কাউৰী পৰে''', '''মা আমি শদিয়ালৈ যামেই''', '''পাৰৰ পাখিত গুঁজি দিলোঁ ফুলাম চিঠিখনি''', '''পাহাৰৰ জুৰিটি পিৰীতি সাৱটি''', আদি গীতত খগেন মহন্তই কণ্ঠদান কৰিছিল৷কৰিছিল। তেওঁ অসমৰ গাঁৱে-ভূঞে গৈ সহজ-সৰল মানুহখিনিৰ মাজত গীত পৰিৱেশন কৰাৰ লগতে অত্যন্ত ভিতৰুৱা অঞ্চলৰ পৰা [[লোকগীত]]ৰ লেছেৰি বুটলি আৰু সেইসমূহৰ সংৰক্ষণৰ দিহা কৰি নতুন প্ৰজন্মৰ মাজত মেলি ধৰি এক মহত দায়িত্ব পালন কৰি আহিছে৷আহিছে। কলাগুৰু [[বিষ্ণুপ্ৰসাদ ৰাভা]]ই জীৱনৰ অন্তিম সময়ত ৰচনা কৰা '''এয়ে মোৰ শেষ গান''' গীতটোক খগেন মহন্তই সুৰ আৰু কণ্ঠৰে সজায় তুলিছিল৷তুলিছিল।<ref name=dainik></ref>
 
===অনুষ্ঠান পৰিৱেশন===
# মহীশূৰত অনুষ্ঠিত সদৌ ভাৰত আন্তঃবিশ্ববিদ্যালয় যুৱ মহোত্সৱত খোলবাদন প্ৰতিযোগিতাত শ্ৰেষ্ঠ প্ৰতিযোগী৷প্ৰতিযোগী। (১৯৫৯)
# গুৱাহাটী আকাশবাণীৰ জৰিয়তে প্ৰথম গ্ৰামোফোন ৰেকৰ্ড<ref name="ibnlive.in." /> (১৯৬১)
# সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ অধীনত [[নেপাল]] যাত্ৰা আৰু সংগীত পৰিৱেশন৷পৰিৱেশন। (১৯৬৫)
# বিট্ৰেইনত সংগীত পৰিৱেশন৷পৰিৱেশন। (১৯৯৬)<ref name=dainik>আজিৰ দৈনিক বাতৰি, অনুভূতি, গুৱাহাটী, ২৪ জুন ২০১২</ref>
 
===চলচ্চিত্ৰ===
# ২৩খন অসমীয়া চলচ্চিত্ৰত নেপথ্য কণ্ঠশিল্পী হিচাপে কণ্ঠদান৷কণ্ঠদান। মেঘমুক্তি, মইনাজান, যুঁজ আৰু নিশি উজাগৰ (টেলিফিল্ম) আদিৰ সংগীত পৰিচালনা৷পৰিচালনা।
# শকুন্তলা চিনেমাত অভিনয় ৷অভিনয়। (১৯৬১)
# ৰেডিঅ' ডুকুমেণ্টৰী 'লিজেণ্ড অৱ লোহিত'ৰ বাবে সন্মানীত৷সন্মানীত। (১৯৮৯)
# ১৯৯০ চনত তেখেতৰ দ্বাৰা প্ৰস্তুত '[[অ' মোৰ আপোনাৰ দেশ]]' গীতটো এছিয়া মহাদেশৰ সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ অধীনত চীনলৈ পঠোৱা হয়৷হয়।<ref name=dainik></ref>
 
===গ্ৰামোফোন ডিস্ক আৰু কেছেট===
# গ্ৰামোফোন ডিস্কত সহস্ৰাধিক [[লোকসংগীত]], পৰম্পৰাগত-ধৰ্মীয়, সুগম সংগীত আদি এইচ এম ভিৰ দ্বাৰা ৰেকৰ্ড কৰা হয়৷হয়।
# প্ৰায় ৪৫টা বিভিন্ন কেছেটযোগে ৩৫০টাতকৈও অধিক গীত প্ৰচাৰ৷প্ৰচাৰ।<ref name=dainik></ref>
==বঁটা-সন্মান==
# প্ৰথম শ্ৰেণীৰ সুগম সংগীত আৰু লোকসংগীতৰ শিল্পী হিচাপে আকাশবাণীৰ স্বীকৃতি৷স্বীকৃতি। (১৯৭২)
# ফিল্ম ক্ৰাফ্‌ট বঁটা (১৯৮৮)
# [[ৰজত কমল বঁটা]] (১৯৯০) টেলিফিল্ম 'NISI UJAGAR' (নিশি উজাগৰ) আৰু 'Juj' (যুঁজ)ৰ সংগীত নিৰ্দেশনাৰ বাবে৷বাবে।
# [[সংগীত নাটক একাডেমী বঁটা]] (১৯৯২)
# শ্ৰীক্ষয় বঁটা (১৯৯৪)
73 নং শাৰী:
 
==আত্মজীৱনী==
খগেন মহন্তই চিত্ৰ সংবাদ নে শিল্পীৰ পৃথিৱীত ১৮ টা১৮টা মান খণ্ড তেওঁ নিজ জীৱনৰ বিষয়ে লিখিছিল। কিন্তু সেই আলোচনী কিবা কাৰণত বন্ধ হৈ গ’ল। ফলত তেওঁৰ লেখাও বন্ধ হ’ল।<ref name=" দৈনিক জনমভূমি" />
 
==তথ্য&nbsp;সংগ্ৰহ==
81 নং শাৰী:
* [http://onlinesivasagar.com/music/khagen-mahanta.html অনলাইন শিৱসাগৰত খগেন মহন্তৰ বিষয়ে বিতংকৈ পঢ়ক]
* [http://www.rupaliparda.com/english/who's-who/khagenmahanta.htm খগেন মহন্তৰ বিষয়ে ৰূপালীপৰ্দাত]
* [http://www.vedanti.com/Legends/khagen_mahanta.htm খগেন মহন্তৰ বিষয়ে বেদান্তি ডট কমত]
* [http://www.bipuljyoti.in/music/khagen_mahanta.html বিপুলজ্যোতি ডট ইন]