অতুল বৰদলৈ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{Assam bio stub}}
{{Infobox person
| name = অতুল বৰদলৈ
| image =
| caption =
| birth_date = ১৯৩৮
| birth_place = [[তৰাজান]], [[যোৰহাট]], [[অসম]]
| death_date = ১০ আগষ্ট, ২০১০
| death_place = [[গুৱাহাটী]], [[অসম]]
| spouse =
| partner =
| children =
| occupation = চলচ্চিত্ৰ পৰিচালক
| nationality = {{flagicon|India}} [[ভাৰতীয়]]
| period =
| influenced =
| signature =
| awards =
| website =
}}
'''অতুল বৰদলৈ''' ({{lang-en|Atul Bordoloi}}) [[অসম]]ৰ এজন প্ৰসিদ্ধ [[চলচ্চিত্ৰ]] পৰিচালক আছিল। ১৯৭০ চনত মুক্তিপ্ৰাপ্ত [[অপৰাজেয় (চলচ্চিত্ৰ)|অপৰাজেয়]] নামৰ চলচ্চিত্ৰৰ পৰিচালনাৰ যোগেদি তেখেতে অসমীয়া চলচ্চিত্ৰ জগতত পদাৰ্পন কৰিছিল। তেখেতে মুঠতে ৮ খন৮খন [[অসমীয়া চলচ্চিত্ৰ]]ৰ পৰিচালনা কৰিছিল। তেখেতে দূৰদৰ্শন ধাৰাবাহিক আৰু তথ্যচিত্ৰৰ নিৰ্মানোনিৰ্মাণো কৰিছিল। তেখেতৰ পৰিচালনত মুক্তি পোৱা চলচ্চিত্ৰ "কল্লোল" নামৰ চলচ্চিত্ৰখনে শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল<ref name="enajori1"/>। চলচ্চিত্ৰ পৰিচালনা কৰাৰ উপৰিও তেখেতে [[নতুন অসমীয়া]] নামৰ এক অসমীয়া দৈনিক কাকতৰ উপ সম্পাদকৰ দায়িত্বও বহন কৰিছিল<ref name="state07">{{cite news | url=http://www.assamtribune.com/scripts/detailsnew.asp?id=aug1210/state07 | title=Noted film director Atul Bordoloi passes away | date=Aug 11, 2010 | accessdate=February 14, 2013}}</ref>।
 
==পৰিচালিত চলচ্চিত্ৰ==
অতুল বৰদলৈয়ে মুঠতে ৮ খন৮খন ছবি পৰিচালনা কৰিছিল<ref name="enajori1">{{cite web|url=http://enajori.com/film-directors/ |title=Film Directors |publisher=enajori.com |date=2013-01-22 |accessdate=2013-01-30}}</ref>
{| class="wikitable" style="width:70%;"
|-
38 নং শাৰী:
| [[কল্লোল (চলচ্চিত্ৰ)|কল্লোল]] || ১৯৭৮ ||
|-
| [[মেঘ (চলচ্চিত্ৰ)|মেঘ]] || ১৯৭৯ ||
|-
| [[গ্ৰহণ]] || ১৯৯০ ||
|-
| [[ডাৱৰ (চলচ্চিত্ৰ)|ডাৱৰ]] || ১৯৯০ ||
|-
| [[চিঞৰ]] || ১৯৯১ ||
|-
| [[দৃষ্টি (চলচ্চিত্ৰ)|দৃষ্টি]] || ১৯৯৪ ||
|}