ভৱানন্দ ডেকা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{Infobox musical artist
| name = ভৱানন্দ ডেকা
| image = Bhabananda Deka.JPG
| alt =
| caption = ভৱানন্দ ডেকা
| background =
| birth_name =
| alias =
| birth_date = {{Birth date|1929|08|19}}
| alias =
| birth_date = {{Birth date|1929|08|19}}
|birth_place =[[গুৱাহাটী]], [[অসম]], [[ভাৰত]]
| death_date = {{Death date|2006|12|04}}
| occupation = [[অৰ্থনীতিবিদ]], [[শিক্ষাবিদ]], [[সাহিত্যিক]]
| years_active = ১৯২৯–২০০৬
| Spouse =
| website =
}}
'''ভৱানন্দ ডেকা''' ({{lang-en|Bhabananda Deka}}) (১৯২৯-২০০৬) এজন [[অসমীয়া ভাষা|অসমীয়া]] লিখক, শিক্ষাবিদ আৰু অৰ্থনীতিবিদ। তেখেতে ১১৪ খন১১৪খন [[অৰ্থনীতি]], [[ৰাজনীতি বিজ্ঞান]] আৰু [[সাহিত্য]] সম্পৰ্কীয় বিভিন্ন গ্ৰন্থ, পাঠ্যপুথি ৰচনা আৰু প্ৰকাশ কৰিছে।<ref name="অগ্ৰ">{{cite newsgroup | title=অসমীয়া ভাষাত অসমৰ অৰ্থনীতিৰ প্ৰথম গ্ৰন্থৰ সোণালী জয়ন্তী | date=৪ ডিচেম্বৰ ২০১৩ | accessdate=২০ ডিচেম্বৰ ২০১৩ | newsgroup=দৈনিক অগ্ৰদূত}}</ref><ref>[http://books.google.co.in/books?id=QA1V7sICaIwC&pg=PA305&lpg=PA305&dq=bhabananda+deka&source=bl&ots=iZp394WNEb&sig=bB-_FszVyyWFPRM-ars1PyZ92wI&hl=en&ei=RtnvSfe7DKbm6gOI5pnhAw&sa=X&oi=book_result&ct=result&redir_esc=y#v=onepage&q=bhabananda%20deka&f=false Who's who of Indian Writers, 1999: A-M - Google Books] ''Sahitya Akademi''. 1999. Retrieved 2009-09-23.</ref> তেখেত অসমীয়া ভাষাত অসমৰ অৰ্থনীতি বিষয়ক গ্ৰন্থ লিখা প্ৰথমজন ব্যক্তি। ১৯৬৩ চনত তেখেতে এই গ্ৰন্থখন প্ৰকাশ কৰিছিল।<ref name="অগ্ৰ"/>
 
==জীৱনী==
===জন্ম আৰু প্ৰাথমিক শিক্ষা===
১৯২৯ চনৰ ১৯ আগষ্টত অবিভক্ত কামৰূপ জিলাৰ বৰপেটা মহকুমাৰ ব্যাসকুচি সত্ৰত ভৱানন্দ ডেকাৰ জন্ম হয়।<ref>[http://www.sentinelassam.com/state1/story.php?sec=2&subsec=2&id=101102&dtP=2011-12-23&ppr=1 Bhabananda Deka Memorial Lecture] ''The Sentinel''</ref> তেখেতৰ দেউতাক আছিল বালিৰাম পাঠক আৰু মাক Sayatri Bala Pathak। বৰপেটা চৰকাৰী বিদ্যালয়ৰ পৰা তেখেত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। [[কটম মহাবিদ্যালয়]]ৰ পৰা তেখেতে ১৯৫৪ চনত অৰ্থনীতিৰ স্নাতক পৰীক্ষাত আৰু ১৯৫৭ চনত [[গুৱাহাটী বিশ্ববিদ্যালয়]]ৰ পৰা একে বিষয়তে স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পিছত তেখেতে নিজৰ ঠাইলৈ উভতি গৈ ভট্টদেৱ মিলন সমিতিৰ সম্পাদকৰূপে কাম কৰে আৰু ব্যাসকুচিত প্ৰথমটো পুথিভঁৰাল (ভট্টদেৱ পুথিভঁৰাল) স্থাপন কৰাত আগভাগ লয়।
 
===কৰ্মজীৱন===
১৯৫৮ চনৰ ১ ছেপ্টেম্বৰত ভৱানন্দ ডেকাই [[প্ৰাগজ্যোতিষ মহাবিদ্যালয়]]ৰ অৰ্থনীতি বিভাগৰ অধ্যাপকৰূপে যোগদান কৰে। ১৯৯২ চনত তেখেতে একেখন শিক্ষানুষ্ঠানৰ অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে। তেখেত সৰ্থেবাৰীৰ বাপুজী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষও আছিল। প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত কাম কৰি থকা কালতে তেখেতে এবছৰৰ ছুটী লৈ [[কেন্দ্ৰীয় লোকসেৱা আয়োগ]]ৰ জ্যেষ্ঠ গৱেষক হিচাপে কাম কৰে। তেখেতে অসমৰ আন চাৰিখন স্নাতক আৰু স্নাতকোত্তৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ৰূপেও বিভিন্ন সময়ত কাম কৰিছিল।
 
১৯৬৮ চনত পৰীক্ষিত হাজৰিকা আৰু উপেন্দ্ৰ নাথ গোস্বামীৰ সতে মিলি তেখেতে দিল্লীত অসমীয়া সহিত্য সমাজ প্ৰতিষ্ঠা কৰে। [[দিল্লী বিশ্ববিদ্যালয়]] আৰু কেন্দ্ৰীয় লোকসেৱা আয়োগত অসমীয়া ভাষাৰ সুকীয়া বিভাগ খোলাতো তেখেতে আগভাগ লৈছিল।
 
শংকৰী আৰু লোক-সংস্কৃতিৰ দ্বাৰা প্ৰভাৱিত ডেকাই বৰপেটা জিলাত বেলবাৰী সত্ৰ স্থাপনত সহায় কৰিছিল। তেখেতে মহাপুৰুষ [[শংকৰদেৱ]] আৰু শংকৰী কৃষ্টি বিষয়ক শতাধিক প্ৰবন্ধ লিখি গৈছে। তেখেতে [[কীৰ্তন ঘোষা]] গ্ৰন্থখন অসমীয়াৰ পৰা ইংৰাজী ভাষালৈ অনুবাদ কৰি উলিয়াইছিল।<ref>http://www.sentinelassam.com/ghy_city/story.php?sec=1&subsec=0&id=55661&dtP=2011-01-05&ppr=1#55661</ref>
 
[[অসম সাহিত্য সভা]]ৰ এজন সক্ৰিয় সদস্য ডেকাক ১৯৮২ চনত [[কামৰূপ সাহিত্য সভা]]ৰ সভাপতি নিৰ্বাচন কৰা হৈছিল।
 
তেখেত "আমি" (১৯৪৮), "উদয়গিৰি", "ৰাষ্ট্ৰজ্যোতি", "গোবিন্দ" আদিৰ আলোচনীৰ সম্পাদক হিচাপেও কাম কৰিছিল।
 
===মৃত্যু===
50 নং শাৰী:
<div style="float:left; width:48%;">
*ৰঘূবংশ (১৯৭১)
*পূণ্যভূমিপুণ্যভূমি অসম (ৰচনা সংকলন) (১৯৭৩)
*ভাওৰথৰ বংশ আৰু বলিৰাম পাঠকৰ জীৱন কীৰ্তি (১৯৮৬)
*অমৃত পুত্ৰ ধ্ৰুৱ (নাটক) (১৯৮৭)
105 নং শাৰী:
</div>{{Clear}}
 
===ভ্ৰমনভ্ৰমণ কাহিনী===
<div style="float:left; width:48%;">
*Delhi Diary
136 নং শাৰী:
 
{{Persondata
| NAME = ডেকা, ভৱানন্দ
| ALTERNATIVE NAMES =
| SHORT DESCRIPTION =
| DATE OF BIRTH = ১৯২৯-০৮-১৯
| PLACE OF BIRTH = [[অসম]], [[ভাৰত]]
| DATE OF DEATH = ২০০৬-১২-০৪
| PLACE OF DEATH =
}}