বিশ্ৰবা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
45 নং শাৰী:
}}
 
ঋষি বিশ্ৰবা ([[ইংৰাজী]] : Vishrava) : হ’ল ব্ৰহ্মাৰ পুত্ৰ [[ঋষি পুলস্ত্য]] ([[সংস্কৃত]] : पुलस्त्य)ৰ পুত্ৰ আৰু আগস্ত মুনিৰ ভাই৷ভাই। <ref name=":1">{{cite web | url=http://www.mythfolklore.net/india/encyclopedia/visravas.htm | title=Encyclopedia for Epics of Ancient India | accessdate=১৫ মে ২০২০}}</ref>হিন্দু ধৰ্মগ্ৰন্থ ৰামায়ণত উল্লিখিত ঋষি বিশ্ৰবা আছিল মুনিসকলৰ মাজৰ অতি গুৰুত্বপূৰ্ণ ঋষি৷ঋষি। তেওঁ তপস্যাৰ বলত বিশেষ ক্ষমতাৰ অধিকাৰী হৈছিল৷হৈছিল। [[ভৰদ্বাজ মুনি]] ঋষি বিশ্ৰবাৰ প্ৰতি আকৃষ্ট হৈ স্ত্ৰী স্বৰূপ নিজ কন্যা [[দেৱবৰ্ণিনী]]ক অৰ্পণ কৰিছিল৷কৰিছিল। দেৱবৰ্ণিনীৰ ঔৰসত [[কুবেৰ]]ৰ জন্ম হয়৷হয়।<ref name=":0">{{cite web | url=https://m.bharatdiscovery.org/india/%E0%A4%B5%E0%A4%BF%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A4%B5%E0%A4%BE | title=ঋষি বিশ্ৰবা | accessdate=১৫ মে ২০২০}}</ref> কুবেৰ আছিল স্বৰ্ণলংকাৰ (লংকা) প্ৰকৃত ৰজা তথা ধন ঐশ্বৰ্যৰ ৰজা৷ৰজা।<ref name=":1" /><ref>{{cite web | url=https://www.geni.com/people/Sage-Vishrava-Pulastya/6000000008023564660 | title=Sage Vishrava Pulastya | accessdate=১৫ মে ২০২০}}</ref>
 
==ঋষি বিশ্ৰবাৰ সন্তান==
"https://as.wikipedia.org/wiki/বিশ্ৰবা"ৰ পৰা অনা হৈছে