ক্ৰম'জমীয় বিশংগতি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
 
1 নং শাৰী:
{{unreferenced}}
{{wikify}}
'''ক্ৰম'জমীয় বিসংগতি''' ({{Lang-en|Chromosomal disorders}}): এজন স্বাভাৱিক মানুহৰ কোষত ক্ৰম'জম'ৰ মুঠ সংখ্যা ৪৬ (২৩ যোৰ)। এইবোৰৰ ভিতৰত ২২ যোৰ২২যোৰ দৈহিক ক্ৰম'জ'ম অথবা অট'জম আৰু এযোৰ ক্ৰম'জ'ম হ'ল লিংগ ক্ৰম'জ'ম। কেতিয়াবা, এজন ব্যক্তিৰ তাত এডাল অতিৰিক্ত ক্ৰম'জ'ম সন্নিবিষ্ট হ'ব পাৰে নাইবা ব্যক্তি এজনৰ এযোৰ ক্ৰম'জ'মৰ যিকোনো এডাল ক্ৰম'জ'ম নোহোৱাও হ'ব পাৰে। ক্ৰম'জ'মৰ এই অৱস্থাবোৰক ত্ৰিসমসূত্ৰীয় (Trisomy) অথবা একসূত্ৰীয় (Monosomy) অৱস্থা হিচাপে জনা যায়। এই পিৰিস্থিতিয়ে ব্যক্তি একোজনৰ ক্ষেত্ৰত গুৰুতৰ পৰিণতিৰ সৃষ্টি কৰে আৰু তাৰ ফলস্বৰূপে মানৱ দেহত কিছুমান জন্মগত ৰোগ অথবা চিন্দ্ৰমে দেখা দিয়ে।
 
== ক্ৰম'জ'মীয় বিসংগতিৰ ফলত সৃষ্টি হোৱা চিন্দ্ৰমসমূহ ==
=== ডাউনৰ চিন্দ্ৰম (Down's synorom) ===
{{main|ডাউন চিন্দ্ৰম}}
এই জিনীয় বিসংগতিৰ কাৰণ হ'ল এডাল অতিৰিক্ত ক্ৰম'জ'ম নং ২১ৰ উপস্থিতি (ত্ৰিসমসূত্ৰী ২১-Trisomy21)। এই বিশংগতিটো পোন প্ৰথমে "লেঙডন ডাউন"(Langdon Down)এ ১৮৬৬ত আবিষ্কাৰ কৰিছিল। আক্ৰান্ত মানুহজন ঘূৰণীয়া মূৰ, কটা জিভা আৰু আংশিক ভাৱে খোলা মুখেৰে সৈতে চুটী চাপৰ হয়। বিশেষ ধৰনৰধৰণৰ কুঞ্চন ভাজেৰে সৈতে হাতৰ তলুৱা বহল, শাৰীৰিক মনোপ্ৰেৰক (Psychomotor) আৰু মানসিক বিকাশ মন্থৰ হয়।
 
=== ক্লিনেফেল্টাৰৰ চিন্দ্ৰম (Klinefelter's syndrom) ===
15 নং শাৰী:
 
===হিম'ফিলিয়া (Hemophelia)===
এইবিধ লিংগ জড়িত অপ্ৰভাৱী ৰোগ যিটোৱে নিৰোগী বাহক স্ত্ৰীৰ পৰা অপত্য জনু কিছুমান লৰা সন্তানলৈ পৰিবাহিত কৰে। এই ৰোগত ৰক্ত আতঞ্চনৰ লঘত জড়িত খাপে খাপে থকা প্ৰ'টিনৰ অকল এটা প্ৰ'টিনহে প্ৰভাৱিত হয়। ইয়াৰ কাৰণে আক্ৰান্ত হোৱা মানুহজনৰ এটা সাধাৰণ কঁটা আঘাটতেআঘাততে অবিৰাম ভাৱে ৰক্ত ক্ষৰণ হয়। ৰাণী ভিক্টোৰিয়াৰ বংশাৱলী বিশ্লেষণৰ পৰা দেখা যায় যে তেওঁৰ পৰিয়ালৰ বহুত সংখ্যক উত্তৰ পুৰুষৰ বংশধৰ এই ৰোগত আক্ৰান্ত আছিল কাৰণ ৰাণী নিজেই এই ৰোগৰ বাহক আছিল। স্ত্ৰীৰ ক্ষেত্ৰত হিম'ফিলিয়া হোৱাটো অতি বিৰল।
 
=== ফিনাইলকিট'নিউৰিয়া (Phenylketoneuria) ===