বলিউড হাংগামা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
13 নং শাৰী:
}}'''বলিউড হাঙ্গামা''' (পূৰ্বে পৰিচিত '''ইণ্ডিয়া এফএম''' বা '''ইণ্ডিয়া এফএম ডট্ কম''') এখন বলিউড বিনোদন ৱেবচাইট, হাঙ্গামা ডিজিটাল মিডিয়া এণ্টাৰটেইনমেণ্টৰ মালিকানাধীন, যিটো ২০০০ চনত ৱেবচাইটটো অধিগ্ৰহণ কৰিছিল।<ref>{{cite news|title=Online piracy is new threat for film industry|url=https://economictimes.indiatimes.com/industry/media/entertainment/online-piracy-is-new-threat-for-film-industry/articleshow/2610890.cms|work=[[The Economic Times]]|date=10 December 2007|accessdate=2 August 2019}}</ref><ref>{{cite news|title=Bollywood's Internet download deal|url=http://edition.cnn.com/2003/TECH/internet/12/23/india.movies.reut/|agency=[[CNN]]|date=23 December 2003|accessdate=17 November 2007}}</ref>
 
ৱেবচাইটটো [[ভাৰতীয় চলচ্চিত্ৰ]] শিল্প, বিশেষত বলিউড, ফিল্ম ৰিভিউ আৰু বক্স অফিচৰ ৰিপোৰ্ট সম্পৰ্কিত সংবাদ সৰবৰাহ কৰে। ১৯৯৮ চনৰ ১৫ জুনত আৰম্ভ হোৱা ৱেবচাইটটোৰ মূল নাম আছিল "ইণ্ডিয়াএফএম ডটকম"। ইয়াৰ নামটো পৰিবৰ্তন কৰি ২০০৮ চনত "বলিউড হাঙ্গামা" কৰা হয়।<ref name="alexaoverview">{{cite web|url=http://www.alexa.com/data/details/main/indiafm.com|title=indiafm.com|accessdate=17 November 2007|publisher=Alexa Internet, Inc}}</ref> বলিউড হাঙ্গামা চিচি-বিৱাই-৩.০ ([[ৱিকিপিডিয়া:Text of Creative Commons Attribution-ShareAlike 3.0 Unported License|CC-BY-3.0 license]]) লাইচেঞ্চৰ অধিনত তেওঁলকৰ ছবি প্ৰকাশ কৰিছে।
 
২০২০ চনৰ এপ্ৰিল লৈকে ভাৰতত ইয়াৰ এলেক্সা ৰেঙ্কিং ৮৭৯।<ref name="alexa" />