বেউলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Kuldhar Rabha (আলোচনা | বৰঙণি) No edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা |
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল |
||
46 নং শাৰী:
'''বেউলা''' বা '''বেহুলা''' ({{lang-en|Beula or Behula}}) প্ৰাচীন অসমীয়া মনসা কাব্য<ref name="satyendra">{{cite book|title=মনসা-কাব্য |last= শৰ্মা|first= সত্যেন্দ্ৰনাথ|authorlink=|coauthors= |year=|publisher= |location= |isbn=|page= |pages= |url= |accessdate=}}</ref> বা [[বঙালী সাহিত্য]]ৰ সুবিখ্যাত [[মংগলকাব্য]] [[মনসামংগল]]ৰ প্ৰধান চৰিত্ৰ, [[শিৱ পুৰাণ]] আদিৰ [[চান্দ সদাগৰ]]ৰ অন্যতম পুত্ৰ [[লখিন্দৰ]]ৰ পত্নী।<ref name=":0">বেউলা-লখিন্দৰেৰ অমৰ ভালোবাসাৰ গল্প|url=https://roar.media/bangla/main/art-culture/love-story-of-behula-and-lakhindar/ | আহৰণ কৰা হৈছে=১৬ মে ২০২০</ref>
চান্দ সদাগৰৰ পুত্ৰ লখিন্দৰ আৰু তেওঁৰ সতীৰ্থ বণিক সাহাৰ কন্যা বেউলাৰ
তেওঁৰ পিতৃ শিৱই কৈছিল যে, যদি কোনো শিৱভক্ত বা শিৱৰ উপাসকে তেওঁৰ প্ৰথম মনসা পূজা কৰে তেন্তে মৰ্ত্যলোক ([[পৃথিৱী]])ত তেওঁৰ পূজা প্ৰচলন সম্ভৱ।<ref name=":0" /> তেতিয়া মনসাই পূজাৰ আয়োজনৰ বাবে চান্দ সদাগৰক নিৰ্বাচন কৰে।<ref>Protidiner Sangbad |url=https://www.protidinersangbad.com/i-am-mine/185575/%E0%A6%AA%E0%A6%A6%E0%A7%8D%E0%A6%AE%E0%A6%AA%E0%A7%82%E0%A6%B0%E0%A6%BE%E0%A6%A3%E0%A7%87-%E0%A6%AC%E0%A7%87%E0%A6%B9%E0%A7%81%E0%A6%B2%E0%A6%BE-%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BF%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A6%B0%E0%A7%87%E0%A6%B0-%E0%A6%85%E0%A6%AE%E0%A6%B0-%E0%A6%95%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A8%E0%A7%80 | আহৰণ কৰা হৈছে=১৬ মে ২০২০</ref>
শিৱৰ উপাসক চান্দ সদাগৰে মনসা দেৱীৰ এই প্ৰস্তাৱ অস্বীকাৰ কৰে। তেতিয়া ক্ৰোধান্বিতা হৈ মনসাই চান্দ সদাগৰক শাপ দিয়ে যে, তেওঁ চান্দ সদাগৰৰ প্ৰতিটো সন্তাননকে বিনাশ কৰিব। মনসা দেৱীৰ এই শাপৰ কাৰণে চান্দ সদাগৰৰ এজন এজনকৈ প্ৰত্যেকটো সন্তানৰে সৰ্প দংশনত মৃত্যু হয়।
==লগতে চাওক==
|