"ব্ৰহ্মাণ্ড পুৰাণ"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

5 বাইট যোগ দিয়া হ’ল ,  1 বছৰৰ পূৰ্বে
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা Advanced mobile edit
([বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল)
[[চিত্ৰ:Adhyatma_Ramayana_verses_1.1_–_1.14,_Brahmanda_Purana_Raghunath_Hindu_temple_library,_Sanskrit,_Devanagari_lipi.jpg|thumb|222x222px|[[সংস্কৃত ভাষা]]ৰ ব্ৰহ্মাণ্ড পুৰাণ পাণ্ডুলিপিত আধ্যাত্ম ৰামায়ণৰ শ্লোক ১.১ – ১.১৪]]
'''ব্ৰহ্মাণ্ড পুৰাণ (সংস্কৃত : ब्रह्माण्ड पुराण, Brahmāṇḍa Purāṇa) :''' [[বেদব্যাস|মহৰ্ষি বেদব্যাস]] প্ৰণীত সংস্কৃত ভাষাত ৰচিত হিন্দুধৰ্মৰ অষ্টাদশ মহাপুৰাণৰ ভিতৰত “ব্ৰহ্মাণ্ড পুৰাণ” অন্যতম৷অন্যতম। মধ্যযুগীয় ভাৰতীয় সাহিত্যত এই পুৰাণক “বায়বীয় পুৰাণ” বা “বায়বীয় ব্ৰহ্মাণ্ড” নামেৰেও উল্লেখ কৰা হৈছে৷হৈছে। ১২ হাজাৰ শ্লোকৰে সমৃদ্ধ এই পুৰাণত পৌৰাণিক ভূগোল, জ্যোতিৰ্বিজ্ঞান, আধ্যাত্ম ৰামায়ণ আদি বিষয় সমাহিত।
 
==ইতিহাস==
ব্ৰহ্মাণ্ডৰ বিষয়ে থকা বৰ্ণনাই হ’ল ব্ৰহ্মাণ্ড পুৰাণৰ সাৰ বস্তু৷বস্তু। এয়া অতি পুৰাতন আৰু এয়া সমস্ত শাস্ত্ৰৰ পূৰক, সেইবাবেই ইয়াক ব্ৰহ্মাণ্ড পুৰাণ বোলা হয়৷হয়।<ref>ব্ৰহ্মাণ্ড পুৰাণ | প্ৰথম অধ্যায় | পৃষ্ঠা : ৭ | অসমীয়া গদ্যৰূপ (লেখক) : সুৰেন্দ্ৰ কুমাৰ দাস | আহৰণ কৰা হৈছে=১৩ মে ২০২০</ref> ই প্ৰায় ১২০০০ শ্লোকেৰে প্ৰণিত হৈছে৷হৈছে। পণ্ডিতসকলে ইয়াকো ক’ব বিচাৰে যে গোদাবৰী নদীৰ অববাহিকা অঞ্চলত এই পুৰাণ ৰচিত হৈছিল৷হৈছিল। তেওঁলোকে এই তথ্যৰ সত্যতা প্ৰতিপন্ন কৰিব বিচাৰে ব্ৰহ্মাণ্ড পুৰাণত উল্লিখিত এক শ্লোকৰ ভিত্তিত৷ভিত্তিত।
 
{{Quote box
|quote = শ্লোকটি হ’ল :
<poem>
'''সহ্যস্য চেণ্ডেৰান্তেষু যত্ৰ গোদাবৰী নদী৷নদী। '''
'''পৃথিব্যাসপি কৃৎস্নায়াং স প্ৰদেশো মনোৰমঃ৷৷মনোৰমঃ॥'''
 
উৎস : ''ব্ৰহ্মাণ্ড পুৰাণ''
(২||১৬||৪৩)
</poem>
অৰ্থাৎ সহ্য পৰ্বতৰ উত্তৰ দিশত প্ৰৱাহিত হৈ থকা গোদাবৰী নদীৰ পাৰৰ প্ৰদেশেই হ’ল অতি মনোৰম অঞ্চল।
|bgcolor=#FCE0FC
|align = right
}}
 
==ব্ৰহ্মাণ্ডৰ ধাৰণা==
বৈদিক সাহিত্যসমূহে ব্ৰহ্মাণ্ড সম্পৰ্কেও আগবঢ়াইছিল৷আগবঢ়াইছিল। ব্ৰহ্মাণ্ড শব্দটো 'ব্ৰহ্ম' আৰু 'অণ্ড' শব্দৰ পৰা সৃষ্টি হৈছিল৷হৈছিল। আনহাতে 'বৃহৎ' শব্দৰ পৰা ব্ৰহ্মশব্দৰ সৃষ্টি হৈছে৷হৈছে। যাৰ অৰ্থ হ’ল প্ৰসাৰ (Expand) অণ্ড শব্দৰ অৰ্থ হ’ল ডিম (Egg) অৰ্থাৎ এটা ডিমৰ পৰা প্ৰসাৰণ ঘটি বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল৷হৈছিল। [[শতপথ ব্ৰাহ্মণ]]ত (১১:১:৬:১) উল্লেখ আছে যে সৃষ্টিৰ আদিতে প্ৰচণ্ড উত্তাপৰ ফলত এটা সোণালী ডিমৰ সৃষ্টি হৈছিল৷হৈছিল। বহুবছৰ এই সোণালী ডিমটো ওপঙি থকাৰ পাছত তাৰ পৰাই ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল৷হৈছিল। [[বায়ু পুৰাণ]]ত (৪.৭২-৭৩) উল্লেখ আছে যে সমগ্ৰ ব্ৰহ্মাণ্ড অৰ্থাৎ চন্দ্ৰ, সূৰ্য নক্ষত্ৰসমূহ আৰু তাৰকাৰাজ্যসমূহ এটা প্ৰকাণ্ড ডিমৰ ভিতৰত সোমাই আছে৷আছে। প্ৰায় হাজাৰ বছৰ পাছত বায়ুৱে এই ডিমটো দুফাল কৰিছিল (বায়ু পুৰাণ ২৪.৭৩) মনুস্মৃতিত (১.১৩) উল্লেখ থকা মতে এটা সোণালী ডিমৰ পৰা পৃথিৱী আৰু স্বৰ্গৰ সৃষ্টি হৈছিল৷হৈছিল। মৎস্যপুৰাণতো (২.২৫-৩০) ব্ৰহ্মাণ্ড সৃষ্টিৰ বিষয়ে একেই ধাৰণা পোৱা যায়৷যায়। আনহাতে, আধুনিক বিজ্ঞানেও এখন ডিমৰ আকৃতিৰ বিশ্বব্ৰহ্মাণ্ডৰ কথা প্ৰমাণ কৰিছে৷কৰিছে। বৈদিক যুগত অৱশ্যে বিশ্বব্ৰহ্মাণ্ড তিনিটা ভাগত বিভক্ত আছে বুলি ধাৰণা কৰা হৈছিল৷হৈছিল।<ref>ব্ৰহ্মাণ্ডৰ ধাৰণা (Concept of universe) | প্ৰাক্‌-ঔপনিবেশিক ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ইতিহাস (History of Science and Technology in Pre- Colonial India) | পৃষ্ঠা : ৮৩ | লেখিকা : স্বপ্না কাকতি | আহৰণ কৰা হৈছে= ১৩ মে ২০২০</ref> এই ভাগ তিনিটা হ’ল-
 
# [[পৃথিৱী]],
==বিষয়বস্তু==
এই পুৰাণৰ বিভিন্ন অংশসমূহ :
*সৃষ্টি বিৱৰণ, হিন্দু সৃষ্টিতত্ত্ব, কল্পতত্বকল্পতত্ত্ব, ব্ৰহ্মাৰ উৎপত্তি, বিষ্ণুৰ দ্বাৰা শিৱ-স্তৱ, ৰুদ্ৰৰ উৎপত্তি, জম্বুদ্বীপৰ বৰ্ণনা, ভৰত বংশৰ বৰ্ণনা, যজ্ঞবৰাহৰ বিৱৰণ, প্ৰতিসন্ধি কথন,
*চতুৰাশ্ৰম বিভাগৰ বৰ্ণনা, দেৱাদিৰ সৃষ্টি বৰ্ণনা,শতৰূপা আৰু স্বয়ম্ভূৱ মনুৰ কথা বৰ্ণনা, যোগৰ উপসৰ্গ/ঐশ্বৰ্যৰ বৰ্ণনা, পাশুপাত যোগৰ বৰ্ণনা, শৌচাচাৰৰ লক্ষণ বৰ্ণনা,
*পৰমাশ্ৰম প্ৰাপ্তিৰ কথন, যতিগণৰ প্ৰায়শ্চিত্তৰ বৰ্ণনা, অৰিষ্ট লক্ষণ বৰ্ণনা, অনুদ্বীপৰ বৰ্ণনা, আদি
3,780

টা সম্পাদনা