সম্পাদনা সাৰংশ নাই
No edit summary |
No edit summary |
||
সপ্তম [[ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ|ইণ্ডিয়ান প্ৰীমিয়াৰ লীগৰ]] বাবে [[উচ্চতম ন্যায়ালয়|উচ্চতম ন্যায়ালয়ে]] ২০১৪ চনৰ ২৮ মাৰ্চত বি চি চি আইৰ অস্থায়ী সভাপতি হিচাপে নিয়োগ কৰিছিল। লগতে ক্ৰিকেট ধাৰভাষ্যকাৰ পদৰ পৰাও অব্যহতিৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল।
তেখেতৰ জন্ম মুম্বাইত। ছেণ্ট জেভিয়াৰ্ছ হাইস্কুলৰ ছাত্ৰ গাভাস্কাৰ স্কুলৰ হৈ খেলোতে ১৯৬৬ চনত ভাৰতৰ শ্ৰেষ্ঠ ছাত্ৰ ক্ৰিকেটাৰ আছিল। মাধ্যমিক শিক্ষাৰ শেষৰ বৰ্ষত লণ্ডন স্কুলবয়জৰ বিৰুদ্ধে এটা শতক কৰাৰ আগত বিদ্যালয়ৰ ক্ৰিকেটত গাভাস্কাৰে ২৪৬ (অপৰাজিত),২২২ আৰু ৮৫ ৰাণ কৰিছিল ।তেওঁ বম্বেৰ প্ৰতিষ্ঠিত ছেণ্ট জেভিয়াৰ্ছ প্ৰাক্তন ছাত্ৰ হিচাপে ১৯৬৮/৬৯ বৰ্ষত কৰ্ণাটকৰ বিৰুদ্ধে প্ৰথম আত্মপ্ৰকাশ কৰে।
|