ওডিছী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(edited with ProveIt)
No edit summary
1 নং শাৰী:
{{confuse|ওদিছি নৃত্য}}
'''ওডিছী''' এখন মহাকাব্য। এই গ্ৰন্থখনৰ লেখক- [[হোমাৰ]]। ওডিছী হোমাৰৰ দ্বিতীয়খন মহাকাব্য। প্ৰথমখনৰ নাম [[ইলিয়াড]]। অসমীয়া ভাষালৈ এই গ্ৰন্থখন অনুবাদ কৰিছে [[প্ৰদীপ শইকীয়া]]ই। ট্ৰজানযুদ্ধৰ পাছত স্বদেশলৈ প্ৰত্যৱত্নপ্ৰত্যৱৰ্তন কৰা মহাবীৰ ইউলিছিছৰ নৌযাত্ৰাত নানাৰূপ বিপৰ্যয়ৰ পাছত নিৰ্ডন দ্বীপত কেলিপ্সো নামৰ এক দেৱীৰ বন্দী হৈ থকা অৱস্থাত মনৰ ব্যাকুলতা আৰু অশ্ৰুপাতৰ বৰ্ণনাৰে আৰম্ভ হৈছে ওডিছী মহাকাব্য<ref name="ওডিছী">{{cite book | title=ওডিছী | publisher=বনলতা | author=শইকীয়া, প্ৰদীপ | year=২০১৮}}</ref>।
 
==গ্ৰন্থ বিৱৰণ==
‘ওডিছী ‘‘ওডিছী‘ [[en:greece|গ্ৰীচ]] দেশৰ মহাকবি হোমাৰে ৰচনা কৰা এখন মহাকাব্য। ইলিয়াদ ৰচনাৰ কিছুকাল পিছত ওডিছী ৰচনা কৰা হৈছিল। দুয়োখন মহাকাব্যতে মহাকবি হোমাৰৰ শিল্প-নৈপুণ্যতাৰ নিদৰ্শন দেখিবলৈ পোৱা যায়। ওডিছী মহাকাব্য ভ্ৰাম্যমাণ বীৰৰ প্ৰত্যাবৰ্তনৰপ্ৰত্যাৱৰ্তনৰ এক মৰ্মন্তুদ কাহিনী। মূল নায়ক ওডিচু্যছৰওডিচ্যুছৰ নামেৰে মহাকাব্যখনৰ নামকৰণ কৰা হৈছে ‘ওডিছী’। ট্ৰয় নগৰ সম্পূৰ্ণভাৱে নিজৰ আয়ত্তলৈ অনাৰ পিছত নায়ক ওডিচু্যছেওডিচ্যুছে গৃহাভিমুখে আহি থাকোঁতে সম্মুখীন হোৱা দুৰ্যোগপূৰ্ণ সাগৰ যাত্ৰা আৰু তেওঁৰ দুঃসাহসিক কাৰ্যকাৰ্য্যৰ লগতে বাসভূমিত উপস্থিত হৈ সম্মুখীন হোৱা পৰিস্থিতিৰ প্ৰাঞ্জল বৰ্ণনা এই কাব্যত আছে।<ref name="granthamela.in">{{cite web | url=http://granthamela.in/2020/04/24/odichi/ | title=ওডিছী | publisher=granthamela.in | date=২০, এপ্ৰিল | accessdate=23 May 2020 | author=পৱিত্ৰ কুমাৰ নাথ}}</ref> <ref name="ওডিছী" />
 
ট্ৰজান যুদ্ধৰ পিছত বহু কাললৈকে সন্ধানহীন হোৱা পিতৃৰ অন্বেষণত ওডিচু্যছৰওডিচ্যুছৰ পুত্ৰ টেলিমেকাছৰ বহু দেশ ভ্ৰমণৰ মৰ্মস্পৰ্শী কাহিনী আৰু পত্নী পেনিলপিৰ সুদীৰ্ঘ বছৰসময় ধৰি স্বামীৰ বাবে কৰা প্ৰতীক্ষাৰতপ্ৰতীক্ষাৰ জীৱনৰ হৃদয় বিদাৰক কাহিনীয়ে ওডিছী মহাকাব্যৰ মূলকথা।
 
==লগতে চাওক==
"https://as.wikipedia.org/wiki/ওডিছী"ৰ পৰা অনা হৈছে