বহুকোষী জীৱ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

8 বাইট বিলোপ কৰা হ’ল ,  2 বছৰৰ পূৰ্বে
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
(181.28.6.140 (আলোচনা) সম্পাদিত 154008 সংশোধনটি বাতিল কৰক)
([বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল)
 
'''বহুকোষী জীৱ''' হল, সেইবোৰ জীৱ যিবোৰ জীৱৰ দেহ একাধিক [[কোষ]]ৰ দ্বাৰা গঠিত হয়, আনহাতে [[এককোষী জীৱ]]বোৰৰ শৰীৰত মাত্ৰ এটা কোষ থাকে।<ref>{{cite book
| last = Becker et al
| first = Wayne M.
| authorlink =
| title = The world of the cell
| publisher = [[:en:Benjamin Cummings|Pearson Benjamin Cummings]]
| series =
| year = 2009
| doi =
| isbn = 978-0-321-55418-5
| page = 480}}</ref>
 
কিছুমান এককোষী জীৱৰ বাদে খালি চকুৰেও দেখা পোৱা সকলোবোৰ (প্ৰায় ২০ নিযুত) জীৱয়েই বহুকোষী জীৱ। বিশেষকৈ সকলো প্ৰজাতিৰ [[প্ৰাণী]], স্থলজ [[উদ্ভিদ]], ফিলামেণ্টযুক্ত [[ভেঁকুৰ]] আৰু বহুতো [[শেলাই]] বহুকোষী। '''ডাইক্ট'ষ্টেলিয়াম'''ৰ দৰে কিছুমান জীৱ, পৰিস্থিতি সাপেক্ষে এককোষী আৰু বহুকোষী দুয়োটা ৰূপতে পোৱা যায়।
 
বহুকোষী জীৱবোৰ;— যেনে উদ্ভিদ, প্ৰাণী, ভেঁকুৰ আৰু মূগা বৰণীয়া শেলাই— এটা কোষৰ পৰা বহুকোষী জীৱলৈ বিকশিত হয়।
 
==বিৱৰ্তন==
 
বৰ্তমানৰ পৰা প্ৰায় ৩০-৩৫ নিযুত বছৰ আগতেই '''কাইনবেক্টেৰিয়া'''-সদৃশ বহুকোষী জীৱ থকাৰ প্ৰমানপ্ৰমাণ পোৱা গৈছে।
 
==তথ্য সংগ্ৰহ==
3,780

টা সম্পাদনা