নীলপৱন বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

22 নং শাৰী:
 
==শিক্ষা==
নীলপৱন বৰুৱাই হাইস্কুল শিক্ষান্ত পৰীক্ষা কেবাবাৰো দিয়াৰ পাছত কৃতকাৰ্য হৈ খেতি-খোলা আৰু সামাজিক কামত মনোনিবেশ কৰিম বুলি কলেজীয়া শিক্ষা লোৱা নাছিল। প্ৰমথনাথ বসুৰ এখন কিতাপৰপৰাকিতাপৰ পৰা অনুপ্ৰাণিত হৈ তেখেতে [[শান্তিনিকেতন]]-ত শিক্ষা লোৱাৰ মানস কৰে আৰু [[কলিকতা]]লৈ আহে। প্ৰথমে তেখেতৰ ইচ্ছা আছিল কৃষি বিষয়ত শিক্ষা লোৱাৰ, কিন্তু শান্তিনিকেতনত প্ৰদৰ্শিত চিত্ৰ আৰু পাঠদানৰ শ্ৰেণী সমূহ দেখি চিত্ৰকলালৈ আকৰ্ষিত হয় আৰু চিত্ৰ কলা শাখাত শিক্ষা গ্ৰহন কৰে।<ref name=bip>[http://www.oocities.org/bipuljyoti/art/neel.html মণীষ গোস্বামীয়ে লোৱা নীলপৱন বৰুৱাৰ সাক্ষাৎকাৰ, আহৰণ কৰা তাৰিখ ৩০-০১-২০১২]</ref>
 
১৯৬১ চনত শান্তিনিকেতনত যোগদান কৰা নীলপৱন বৰুৱাই স্নাতক ডিগ্ৰী সমাপ্ত কৰোঁতে লগাতকৈ বেছি সময় লৈছিল। শান্তি নিকেতনৰ চিত্ৰ কলাৰ শিক্ষা সাং কৰি তেখেতে [[শ্ৰী নিকেতন]]ৰপৰা glazed pottery বিষয়ত শিক্ষা লয়।<ref name=bip /> পাছলৈ বৰুৱাই [[নতুন দিল্লী]]ৰ 'গাৰ্হি ষ্টুডিঅ'তো চিত্ৰাকংণৰ শিক্ষা লৈছিল।<ref name=art />