আন্তৰ্জাতিক চাহ দিৱস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
23 নং শাৰী:
 
[[File:Masala Chai.JPG|right|225px|thumb|[[ভাৰতীয় উপমহাদেশ]]ৰ জনপ্ৰিয় '''[[মছলা চাহ]]''', ছবিত ইয়াক বিস্কুটৰ লগত পৰিবেশন কৰা দেখা গৈছে]]
==পটভূমি==
২০০৪ চনত ৱৰ্ল্ড ছচিয়েল ফৰামত কেইজনমান ভাৰতীয় ব্যক্তিৰ প্ৰচেষ্টাত ২০০৫ চনত নতুন দিল্লীত প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক চাহ দিৱস উদযাপন কৰা হৈছিল।<ref>{{Cite web|url = http://www.cec-india.org/libpdf/1447732964ITD2005Report.pdf|title = International Tea Day 2005 Report|date = 2006-03-02|accessdate = 2015-12-15|website = |publisher = Centre for Education and Communication|last = |first = |archive-url = https://web.archive.org/web/20151222141830/http://www.cec-india.org/libpdf/1447732964ITD2005Report.pdf|archive-date = 2015-12-22|url-status = live}}</ref> তাৰপিছত ২০০৬ আৰু ২০০৮ চনত [[শ্ৰীলংকা]]ত এই দিৱস পালন কৰা হৈছিল।<ref name=":0" /> আন্তৰ্জাতিক চাহ দিৱস পালন আৰু গোলকীয় চাহ কণফাৰেন্স ট্ৰেড ইউনিয়ন মুভমেণ্ট সংগঠনে উদযাপন কৰে।<ref name=":0" />
 
২০১৫ চনত ভাৰত চৰকাৰে আন্তৰ্জাতিক চাহ দিৱস উদযাপনৰ পৰিসৰ বৃদ্ধি কৰিবলৈ [http://www.fao.org/economic/est/est-commodities/tea/tea-meetings/en/ খাদ্য আৰু কৃষি সংস্থাৰ চাহৰ বিষয়ে আন্তঃচৰকাৰী গোট]ত উপস্থাপন কৰে।<ref>{{Cite web|title = 'Tea day' proposal to UN|url = http://www.telegraphindia.com/1151018/jsp/northeast/story_48637.jsp#.VnA6PXpLulM|website = The Telegraph|accessdate = 2015-12-15|archive-url = https://web.archive.org/web/20151120135832/http://www.telegraphindia.com/1151018/jsp/northeast/story_48637.jsp#.VnA6PXpLulM|archive-date = 2015-11-20|url-status = live}}</ref> [[ৰাষ্ট্ৰসংঘ]] খাদ্য আৰু কৃষি সংস্থাৰ চাহৰ বিষয়ে আন্তঃচৰকাৰী গোটে বৈশ্বিক চাহ অৰ্থনীতিক সবল কৰিবলৈ অহোপুৰুষাৰ্থ কৰে। এই গোটে আন্তৰ্জাতিক চাহ দিৱসৰ উদযাপনৰ বাবে বৈশ্বিক স্তৰত মাত মাতিবলৈ আৰম্ভ কৰে। ২০১৯ চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৱে এই দিৱস উদযাপনত অনুমোদন জনায়।
==উদযাপন==
২০১৯ চনলৈ আন্তৰ্জাতিক চাহ দিৱস বিশেষকৈ চাহ উৎপাদনকাৰী দেশ সমূহত আনুষ্ঠানিকভাৱে অনুষ্ঠিত হৈছিল। ২০২০ চনৰ পৰা প্ৰায়ভাগ দেশতে উদযাপন কৰিবলৈ আৰম্ভ হয়। এইদিনা বিভিন্ন সভা-সমিতি আলোচনাচক্ৰ আদি অনুষ্ঠিত কৰি চাহ সম্বন্ধীয় বিষয় সমূহৰ সজাগতা সৃষ্টি কৰা হয়।
==তথ্য উৎস==
{{ৰেফলিষ্ট}}
 
==বাহ্যিক সংযোগ==
*[http://www.cec-india.org/event-detail.php?event_id=12 শিক্ষা আৰু গণসংযোগ কেন্দ্ৰ]