7,177
টা সম্পাদনা
Nayan j Nath (আলোচনা | বৰঙণি) টেগ্: ২০১৭ উৎস সম্পাদনা |
Kuldhar Rabha (আলোচনা | বৰঙণি) টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা Advanced mobile edit |
||
== ব্যৱহাৰৰ প্ৰকাৰ ==
গাখীৰ মূলতঃ দুই ধৰণে ব্যৱহাৰ হয় – প্ৰাকৃতিক ভাবে শিশুৰ আহাৰ হিচাপে আৰু মানুহৰ দ্বাৰা বিভিন্ন খাদ্য বস্তু প্ৰস্তুত কৰণত ।
===
[[File:Woman breastfeeding an infant.jpg|thumb| এটি মানৱ শিশুক মাতৃয়ে
[[File:Goat kid feeding on mothers milk.jpg|thumb|এজনী ছাগলীয়ে পোৱালিক গাখীৰ খুৱাই থকা অৱস্থাত।]]
মাকৰ স্তনৰ পৰা শিশুৱে গাখীৰ আহাৰ হিচাপে সকলো [[স্তন্যপায়ী প্ৰাণী]]য়ে গ্ৰহণ
=== মানুহৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰাত ===
মানুহে গাখীৰ প্ৰধানকৈ তৃণভোজী প্ৰাণীৰ পৰা আহৰণ কৰি বিভিন্ন খাদ্য প্ৰস্তুত কৰা তথা গাখীৰ পোনপতীয়াকৈ খাবলৈ ব্যৱহাৰ কৰে । [[তৃণভোজী প্ৰাণী]]ৰ ভিতৰত [[গৰু]] আৰু [[ম'হ]]ৰ গাখীৰ বেছি প্ৰচলন । [[ভেড়া]], [[ছাগলী]], [[মেথোন]] আদি প্ৰাণীৰো গাখীৰ ব্যৱহাৰ কৰা হয় । গাখীৰৰ পৰা [[ক্ৰীম]], [[মাখন]], [[ঘী]], [[পনীৰ]], [[চিজ]], [[আইচ ক্ৰীম]] আদি বিভিন্ন খাদ্য বস্তু প্ৰস্তুত কৰা হয় । ইয়াৰ উপৰিও বিভিন্ন খাদ্য বস্তুত গাখীৰ মূল উপাদান হিচাপে ব্যৱহাৰ কৰা হয়।
|
টা সম্পাদনা