অন্নপ্ৰাশন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
22 নং শাৰী:
#ক্ষীৰ প্ৰাসন
==বৈজ্ঞানিক কাৰণ==
শিশুৰ ৬ মাহ বয়সলৈ একমাত্ৰ মাতৃদুগ্ধৰ ওপৰতে নিৰ্ভৰশীল। ৬ মাহ বয়সৰ পিচতে শিশুক সহজে হজম হবহ’ব পৰা তৰল আহাৰৰ প্ৰয়োজন হয়। বহুতে লুঠুৰি বা ভিটামিন আৰু প্ৰটিন যুক্ত কৃত্ৰিম আহাৰ খুউৱা দেখা যায়। অৱশ্যে এনে বয়সত শিশুটিয়ে হাত ভৰিৰে খেলিব পৰা হোৱা বাবে অতিৰিক্ত পোষক আহাৰৰ প্ৰয়োজন হয় ।হয়। এনে শিশুক ৰসাল ফল, গোটা বা ফলা মুগ ভিজোৱা পানী, শাক পাচলী সিজোৱা পানী, পনীয়াকৈ নাৰিকলৰ গাখীৰ আদি খুৱাব লাগে। মাকৰ গাখীৰ খোৱাৰ উপৰি ক্ৰম অনুসৰি খুউৱা এনেবোৰ সুষম আহাৰে শিশুটিৰ পুষ্টিসাধন কৰে। অন্নপ্ৰাসন পিছত এবছৰ নোহোৱালৈ নাইবা ভালদৰে দাঁত নগজালৈ সহজে হজম হবহ’ব পৰা শিশুৰ ৰুচীসন্মত নৰম বা তৰল আহাৰ, পাচলি মিহলোৱা খিচিৰি আদি খুউৱাটো ভাল।
আজি কালি সচেতন মাক-বাপেকে শিশুৰ খাদ্যৰ বাবে শিশু বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰে।
 
==চৰকাৰী আঁচনি==
[[অসম চৰকাৰ|অসম চৰকাৰে]] প্ৰথম আহাৰ দিৱস বা অন্নপ্ৰাসন নামৰ এক আঁচনি উলিয়াইছে। শিশুক অপুষ্টিৰ পৰা সুৰক্ষিত কৰিবৰ বাবে আৰু শিশুৰ সঠিক বিকাশৰ বাবে সহায় আগবঢ়োৱাৰ উদ্দেশ্যৰে শিশুক ৬ মাহ অতিক্ৰম কৰাৰ পাছত পৰিপূৰক খাদ্য খোৱোৱা কাৰ্য্যৰ প্ৰচাৰৰ বাবে অসমৰ কিছুমান বাচনি কৰা জিলাত প্ৰথম আহাৰ দিৱস উদযাপন কৰা হয়।