"অতি পৰিবাহিতা"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

24 বাইট বিলোপ কৰা হ’ল ,  1 বছৰৰ পূৰ্বে
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
([বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল)
'''অতি পৰিবাহিতা'''(Super Conductivity) হৈছে বৈদ্যুতিক ৰোধ শূন্য হৈ পৰাৰ এক বিশেষ প্ৰপঞ্চ, য'ত বৈদ্যুতিক প্ৰৱাহ বিনা বাধাৰে প্ৰৱাহিত হ'ব পাৰে ৷পাৰে। বৈদ্যুতিক ৰোধে প্ৰদান কৰা বাধা অতি পৰিবাহী পদাৰ্থত দেখিবলৈ পোৱা নাযায় ৷নাযায়। <ref name="বিপুল">{{cite news | title=ভাৰতীয় বিজ্ঞানীৰ অতি পৰিবাহিতাৰ গৱেষণা | work=দৈনিক অসম | date=২০ জুলাই, ২০১৯ | agency=দৈনিক অসম | accessdate=22 July 2019 | author=শইকীয়া, বিপুলজ্যোতি | pages=১৪}}</ref> তাৰ বাবে সেই বিশেষ পদাৰ্থবিধক নিৰ্দিষ্ট ক্ৰান্তিক উষ্ণতাৰ তলত শীতল কৰিব লাগিব ৷লাগিব। এই বিশেষ প্ৰপঞ্চটো আৱিষ্কৃত হৈছিল ১৯১১ চনৰ ৮ এপ্ৰিলত,নেডাৰলেণ্ডৰ লেইডেনত ৷লেইডেনত। আৱিষ্কাৰ কৰিছিল পদাৰ্থ বিজ্ঞানী হেইকে কেমাৰলিঙ্ঘে (Heike Kamerlingh) <ref>http://books.google.co.in/books?id=ad8_JsfCdKQC&printsec=frontcover&redir_esc=y&hl=en#v=onepage&q&f=false</ref> <ref>http://books.google.co.in/books?id=VdEVdJo3CDgC&pg=PA238&redir_esc=y#v=onepage&q&f=false
</ref>
[[File:Meissner effect p1390048.jpg|thumb|upright|300px|জুলীয়া নাইট্ৰ'জেনৰে শীতলীকৰণ কৰাৰ পাছত, এডাল চুম্বকক উচ্চ উষ্ণতাৰ অতিপৰিবাহীৰ ওপৰত ওপঙি উঠা দেখা গৈছে ৷গৈছে। অতিপৰিবাহীৰ পৃষ্ঠত চালিত হোৱা অপৰিৱৰ্তনীয় বৈদ্যুতিক প্ৰৱাহে চুম্বকৰ চুম্বকীয় শক্তি বিচ্যুত কৰিছেকৰিছে। ]]
 
==ধাৰণা==
[[File:Meissner effect.ogv|thumb|এডাল ধাতৱীয় NdFeB চুম্বক আৰু উচ্চ উষ্ণতাৰ অতিপৰিবাহীৰ(ক'লাবৰণীয়া) মাজত দেখিবলৈ পোৱা মেইছনাৰ প্ৰভাৱ]]
পদাৰ্থ বিজ্ঞানী হেইকে কেমাৰলিঙ্ঘে দেখিছিল যে, যেতিয়া পাৰাৰ তাঁৰ এডালক ৪ কেলভিন অৰ্থাৎ,(-২৬৯ ডিগ্ৰী ছেলছিয়াছ)লৈ নি শীতলীকৰণ কৰা হয়,তেতিয়া তাঁৰডালত থকা বৈদ্যুতিক ৰোধ সম্পূৰ্ণ অদৃশ্য হৈ পৰে ৷পৰে। তাৰ পিছত তেওঁ পুনৰ আৱিষ্কাৰ কৰিলে যে, অতিপৰিবাহী পদাৰ্থক সাধাৰণ অৱস্থালৈও লৈ যাব পৰা যায় ৷যায়। তাৰ বাবে সেই পদাৰ্থৰ মাজেৰে উচ্চপৰিমাণৰ বৈদ্যুতিক প্ৰৱাহ চালিত কৰিব লাগিব অথবা উচ্চ পৰিমাণৰ চুম্বকক্ষেত্ৰৰ সংস্পৰ্ষত সেই পদাৰ্থক ৰাখিব লাগিব ৷লাগিব। উল্লেখযোগ্য যে,১৯১৩ চনত পদাৰ্থ বিজ্ঞানীজনক নিম্ন উষ্ণতাত কৰা আৱিষ্কাৰৰ বাবে ন'বেল বঁটা প্ৰদান কৰা হৈছিল ৷হৈছিল। <ref name="মেইছনাৰ">{{cite web | url=http://www.britannica.com/science/superconductivity | title=https://www.britannica.com/science/superconductivity | publisher=ব্ৰিটানিকা | accessdate=23 July 2019 | author=গিনচবাৰ্গ, ডনাল্ড এম.}}</ref>
 
====মেইছনাৰ প্ৰভাৱ====
সেই আৱিষ্কাৰটো হোৱাৰ বহু বছৰ পাছলৈকে ভবা হৈছিল যে, ''শূন্য ৰোধ'' আৰু ''অসীম বৈদ্যুতিক প্ৰৱাহ''ৰ বাহিৰে অতিপৰিবাহী পদাৰ্থৰ অইন কোনো বৈশিষ্ট্য নাই ৷নাই। কিন্তু ১৯৩৩ চনত এই ধাৰণা বিভ্ৰান্তিকৰ বুলি প্ৰমাণিত হ'ল ৷ল। তাৰ পৰিৱৰ্তে গম পোৱা গ'ল যে, এই অতিপৰিবাহী পদাৰ্থবোৰে '''দ্বিচুম্বকত্ব বা অপচুম্বকত্ব'''(Diamagnetism)ৰ ধৰ্ম প্ৰদৰ্শন কৰে ৷কৰে। অৰ্থাৎ ইহঁত চুম্বকীয় ক্ষেত্ৰৰ দ্বাৰা গভীৰভাৱে বিকৰ্ষিত হয় ৷হয়। অতিপৰিবাহী পদাৰ্থৰ এই বিশেষ গুণটোক '''মেইছনাৰ প্ৰভাৱ'''(Meissner effect) বুলি কোৱা হয় ৷হয়। মেইছনাৰ প্ৰভাৱ আৱিষ্কাৰ হোৱাৰ পাছত,১৯৩৪ চনত, অতিপৰিবাহী পদাৰ্থৰ বিদ্যুৎ-চুম্বকীয় ধৰ্মসমূহক সাঙুৰি এক বিশেষ তত্বতত্ত্ব সৃষ্টি কৰা হয় ৷হয়। এই তত্ত্বই অতিপৰিবাহী পদাৰ্থত ''বিদ্যুৎ-চুম্বকীয় ভেদন গভীৰতা'' থকাৰ সম্ভাৱনা ব্যক্ত কৰে ৷কৰে। ১৯৩৯ চনত সেই সম্ভাৱনাটোক পৰীক্ষাগৃহত সত্য বুলি প্ৰমাণিত কৰা হয় ৷হয়। ১৯৬২ চনত ব্ৰিটেইনৰ পদাৰ্থ বিজ্ঞানী ব্ৰায়ান ডি. জোছেফছনে ধাৰণা কৰে যে, যদি দুটা অতিপৰিবাহী বস্তুক বৈদ্যুতিক সংস্পৰ্শত ৰখা হয়, তেনেহ'লে সিহঁতে কেতবোৰ বিদ্যুৎ-চুম্বকীয় ধৰ্ম দেখুৱাব পাৰে ৷পাৰে। <ref name="মেইছনাৰ" />
 
==শেহতীয়া গৱেষণা==
বিগত সময়ছোৱাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিজ্ঞানীসকলে সাধাৰণ উষ্ণতাত অতি পৰিবাহিতাৰ ধৰ্ম দেখুউৱা পদাৰ্থৰ সন্ধান চলাই আহিছে ৷আহিছে। পিছে এতিয়ালৈকে সফলতা লাভ কৰা নাই ৷নাই। কিন্তু প্ৰায় এবছৰৰ আগতে ভাৰতবৰ্ষৰ বেংগালুৰুস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (Indian Institute of Science)ৰ দুগৰাকী বিজ্ঞানীয়ে এটা আলোড়নকাৰী ঘোষণা কৰে ৷কৰে। এই দুজন বিজ্ঞানী হৈছে অংশু পাণ্ডে আৰু তেওঁৰ ছাত্ৰ দেৱ কুমাৰ থাপা ৷থাপা। তেওঁলোকে সোণ আৰু ৰূপেৰে তৈয়াৰী এক সংযুক্ত পদাৰ্থই সাধাৰণ উষ্ণতাত অতি পৰিবাহিতা দেখুয়াই বুলি প্ৰকাশ কৰিছিল ৷কৰিছিল। বাতৰিটোৱে কিছু বিতৰ্কৰো সৃষ্টি কৰিছিল ৷কৰিছিল। কিয়নো এতিয়ালৈকে অতি পৰিবাহিতা কেৱল অতি নিম্ন উষ্ণতাতহে (শূন্য ডিগ্ৰী ছেলছিয়াতকৈও ১০০ ডিগ্ৰী তলত) পৰ্যবেক্ষণ কৰা হৈছে ৷হৈছে। বিজ্ঞানী দুজনৰ পৰ্যবেক্ষণক লৈ চলি থকা নানান পৰীক্ষা-নিৰীক্ষাৰ ফলাফল এই বছৰৰ মে' মাহত প্ৰকাশিত কৰা হয় ৷হয়। সেই ফলাফলে বিজ্ঞানী দুগৰাকীৰ সিদ্ধান্তক শুদ্ধ বুলি স্বীকৃতি দিছে আৰু গৱেষণাৰ ফলাফলক এক আন্তৰ্জাতিক জাৰ্ণেললৈ প্ৰেৰণ কৰিছে ৷কৰিছে।<ref name="বিপুল" />
 
==তথ্যসূত্ৰ==
3,780

টা সম্পাদনা